• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“দল বিৰোধী কাৰ্যকলাপ”ৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কৃত অংকিতা দত্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2023 1:30 pm
বহিস্কৃত অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত আৰু যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰীনিবাস বিভি। ফাইল ফটো: সংগ্ৰহীত।

বহিস্কৃত অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত আৰু যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰীনিবাস বিভি। ফাইল ফটো: সংগ্ৰহীত।

346
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক কংগ্ৰেছৰ পৰা ৬বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে।

বাতৰি অনুসৰি, অংকিতা দত্তক “দল বিৰোধী” কাৰ্যকলাপৰ বাবে বহিষ্কাৰ কৰা হৈছে।

প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে যদিও ৰাজ্যৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা নিলম্বিত বা অপসাৰণ কৰা হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক: নগাঁৱত পুনৰ আৰক্ষীৰ গুলীত আহত এজন “ড্ৰাগছ বেপাৰী”

ইয়াৰ পূৰ্বে ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিকে ধৰি ভাৰতীয় যুৱ কংগ্ৰেছৰ নেতৃত্বই তেওঁক হাৰাশাস্তি আৰু গালি-গালাজৰ অভিযোগ উত্থাপন কৰিছিল।

আনকি নেতৃত্বৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰও দাখিল কৰিছে অংকিতাই।

দত্তই অভিযোগ কৰিছিল যে শ্ৰীনিবাসে যৌনগন্ধী মন্তব্য কৰিছিল, গালি-গালাজ কৰা ভাষা ব্যৱহাৰ কৰিছিল তথা মানসিকভাৱে হাৰাশাস্তি কৰিছিল।

লগতে পঢ়ক: লক্ষ্য গুজৰাটৰ আম্বানিৰ চিৰিয়াখানা! হাতী কঢ়িয়াই অনা ৪৯খন ট্ৰাকক লৈ তিনিচুকীয়াত উত্তেজনা

হাইকমাণ্ডৰ ওচৰত অভিযোগ কৰিলে ভয়াৱহ পৰিণতিৰ ভাবুকি দিয়া বুলিও দাবী কৰে তেওঁ।

দত্তই ছত্তীশগড়ৰ এখন হোটেলত শ্ৰীনিবাসে তেওঁৰ বাহুত ধৰি টানি ঠেলি দিয়া আৰু অশালীন শব্দ ব্যৱহাৰ কৰি ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত দলৰ শীৰ্ষ বিষয়ববীয়াক জনাইছিল যদিও শ্ৰীনিবাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

Recent News

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd