NORTHEAST NOW (Assamese)

নিবনুৱাৰ বাবে বিত্তমন্ত্ৰীৰ ভাষণত কি বতৰা?

July 16, 2021 3:59 pm · এন ই নাও নিউজ

বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট ভাষণত নিবনুৱাৰ বাবে কেইটামান বিশেষ কথা কোৱা হৈছে।

বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যত ১ লাখ নিবনুৱাক চাকৰি দিয়া হ’ব।

সম্পুৰ্ণ নিকা ব্যৱস্থাৰে দিয়া হ’ব ১ লাখ নিৱনুৱাক নিযুক্তি।

তেওঁ কয় ‘বিভিন্ন বিভাগৰ ১০০০৪৩ টা খালী পদত নিযুক্তি দিয়া হ’ব’।

 

Related News