• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিহুৰ জঘন্য দলবদ্ধ বলাৎকাৰ কাণ্ডত জড়িত আৰু এজন অভিযুক্ত আটক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
October 28, 2018 2:24 pm
PicsArt_10-28-10.07.30

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা টিহুৰ বলাৎকাৰ কাণ্ডৰ সৈতে জড়িত ৰূপধন আলী। ফটো : নৰ্থইষিট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিহুৰ জঘন্য দলবদ্ধ বলাত্‍কাৰ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু এজনক আটক কৰা হৈছে। ৰঙিয়াৰ পুঠিমাৰীৰ পৰা টিহু আৰক্ষীয়ে ৰূপধন আলী নামৰ অভিযুক্তজনক আটক কৰিছে।

উল্লেখযোগ্য যে যোৱা ২৪ অক্টোবৰত লক্ষ্মী পূজাৰ নিশা এগৰাকী বিবাহিত মহিলাক এখন গাড়ীৰ ভিতৰত ৫ জন নৰপিশাচে দলবদ্ধভাৱে বলাত্‍কাৰ কৰিছিল। উক্ত লোককেইজনে এ এছ-০১-ডি জি-৩০৫৬ নম্বৰৰ এল্ট’ গাড়ীত উঠাই  দলবদ্ধভাৱে ধৰ্ষণ কৰি পাছত হাত-ভৰি বান্ধি টিহু চ’কৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ খাৰাধৰাৰ কৰ্কাবাৰী ফৰেষ্ট গে’টৰ সন্মুখত পেলাই থৈ গৈছিল।

এই ঘটনা সংক্ৰান্তত ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালৰ লোকে টিহু আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল।

ইয়াৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰি দলটোৰ দুগৰাকী অভিযুক্ত নুৰুল আলী আৰু বকুল নাথক আটক কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল আন এজন অভিযুক্ত কিশোৰ মোহন দাস। তেওঁক বাক্সা জিলাৰ মুছলপুৰৰ গলবিলৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উক্ত যুৱকজনৰ এল্ট’ বাহনতে দলবদ্ধ ধৰ্ষণকাণ্ডটো সংঘটিত হৈছিল।

আনহাতে, আন এগৰাকী অভিযুক্ত ৰূপধন আলীক আজি গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমানলৈ এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত মুঠতে চাৰিজনক আৰক্ষীয়ে আটক কৰিলে। অৱশ্যে ঘটনাৰ সৈতে জড়িত দলটোৰ আন  এগৰাকী সদস্য মেৰাজুল আলীক এতিয়াও আটক কৰিবলৈ বাকী আছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm
আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd