• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনৰিক নৰ্কিয়াই ভংগ কৰিলে আই পি এল ইতিহাসৰ সৰ্বোচ্চ বেগী বলৰ অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2020 9:58 am
18.4k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ এখন মেচত দিল্লী কেপিটেলছৰ বেগী বলাৰ এনৰিক নৰ্কিয়াই আই পি এল ইতিহাসৰ সৰ্বোচ্চ বেগী বলৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে নৰ্কিয়া ১৫৬.২ কিলোমিটাৰ প্ৰতি ঘণ্টাত বল কৰি ৮ বছৰ পূৰ্বে ডেল ষ্টেইন গঢ়া অভিলেখটো ভংগ কৰে।

ষ্টেইনে আই পি এলত ১৫৪.৪ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বল কৰি সৰ্বোচ্চ গতি বেগৰ অভিলেখ গঢ়িছিল।

উল্লেখ্য যে নৰ্কিয়াই ই নিংছৰ তৃতীয় অভাৰত এই বলটো কৰিছিল। ১৫৬.২২ কিলোমিটাৰ প্ৰতি ঘণ্টাত কৰা বলটোত অৱশ্যে ৰাজস্থানৰ বেটছমেন বাটলাৰে চাৰি কোবাইছিল।

কিন্তু পিছৰ বলটোত নৰ্কিয়াই বাটলাৰৰ ষ্টাম উভালি পেলাবলৈ সক্ষম হয়। বাটলাৰক আউট কৰা বলটোৰ গতি বেগ আছিল প্ৰতি ঘণ্টাত ১৫৫.৪ কিলোমিটাৰ।

আই পি এলৰ চলিত সংস্কৰণত সৰ্বাধিক গতি বেগত বল কৰা বলাৰৰ তালিকাত নৰ্কিয়াই আছে। তেওঁ এতিয়ালৈকে প্ৰতি ঘণ্টাত ১৫৬.২, ১৫৫.২, ১৫৪.৭, ১৫৪.২ আৰু ১৫৩.৭ কিলোমিটাৰ গতি বেগত বল কৰিছে।

আই পি এলৰ ইতিহাসত সৰ্বোচ্চ গতি বেগত বল কৰাৰ তালিকাত প্ৰথম দুয়োটা স্থানতে আছে নৰ্কিয়া। তৃতীয় স্থানত আছে ডেল ষ্টেইন। চতুৰ্থ স্থানত পুনৰ নৰ্কিয়া আৰু পঋ্চম স্থানত আছে কাগিছো ৰাবাডা।

উল্লেখণীয় যে আই পি এল ইতিহাসৰ সৰ্বোচ্চ গতি বেগত বল কৰা আটাই কেইগৰাকী বলাৰে হৈছে দক্ষিণ আফ্ৰিকাৰ।

১. এনৰিক নৰ্কিয়া- ১৫৬.২ কিলোমিটাৰ প্ৰতি ঘণ্টাত

২. এনৰিক নৰ্কিয়া- ১৫৪.৮ কিলোমিটাৰ প্ৰতি ঘণ্টাত

৩. ডেল ষ্টেইন- ১৫৪.৪ কিলোমিটাৰ প্ৰতি ঘণ্টাত

৪. এনৰিক নৰ্কিয়া- ১৫৪ কিলোমিটাৰ প্ৰতি ঘণ্টাত

৫. কাগিছো ৰাবাডা- ১৫৩.৯ কিলোমিটাৰ প্ৰতি ঘণ্টাত

Recent News

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd