• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কা-বিৰোধিতাত অসমৰ বন্যপ্ৰাণীকো লগত ল’ব জুবিনে!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 19, 2019 8:58 pm
Anti-CAA protest: Will take Assam's wild animals on side, says Zubeen Garg

জুবিন গাৰ্গৰ ফাইল ছবি।

2.7k
VIEWS
Share on FacebookShare on Twitter

অসমৰ বনৰীয়া জীৱ-জন্তুও নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী প্ৰতিবাদত চামিল হোৱাৰ দিশে আগবাঢ়িছে।

উত্তাল অসমৰ পিছতে দেশজুৰি বিয়পি পৰা কা-বিৰোধিতাৰ মাজতে শিল্পী জুবিন গাৰ্গে বৃহস্পতিবাৰে এই বাৰ্তা দিছে।

“মানুহ লৈ পেলাই কৰি আছো। এতিয়া জন্তুখিনিকো ইনক্ল্যুদ কৰিম,” জীৱ-জন্তুখিনিক লগত লৈ হাবিৰ পৰা প্ৰতিবাদ কৰিব বুলি ধেমেলীয়া উল্লেখেৰে গাৰ্গে কয়।

তথ্যচিত্ৰৰ কামৰ বাবে তেওঁ ২২ ডিচেম্বৰত হাবিত সোমাব বুলি জনোৱা গাৰ্গে অসম চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা এককালীন সাহায্যৰ “সময়”ক লৈয়ো প্ৰশ্ন তুলিছে।

বানপানীৰ দৰে দুৰ্য্যোগৰ সময়ত অসমৰ আক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়া শিল্পীজনৰ ধেমেলীয়া, খোলা মন্তব্যসমূহেও মানুহৰ মাজত বিভিন্ন সময়ত চৰ্চা লাভ কৰি আহিছে।

কা-বিৰোধী প্ৰতিবাদৰ মাজত এই চৰকাৰী সাহায্যক জনপ্ৰিয় শিল্পীজনে “টোপ” বুলি অভিহিত কৰিছে।

গাৰ্গে কয় তেওঁৰ গুৰু ৰমণী ৰয়ৰ নামত যোৱা ২, ৩ বছৰে নিজে লাগিও সাহায্য আদায় কৰিব নোৱাৰিলে।

Recent News

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd