• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুষ্কা-বিৰাটৰ মহানুভৱতা : নতুন জীৱন প্ৰদান কৰিলে এই শিশুটিক! জানো আহক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 4:19 pm
367
VIEWS
Share on FacebookShare on Twitter

ক’ভিড মহামাৰীৰ বাবে অনুৰাগীসকলৰ পৰা ৭ কোটি টকা বৰঙনি তুলি প্ৰশংসাৰ পাত্ৰ হোৱাৰ পাছত পুনৰ আন এক মানৱীয় কৰ্মৰে উজ্বলি উঠিছে বিৰুষ্কা তথা তাৰকা দম্পত্তি বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা।

বলিউডৰ এক সংবাদ মাধ্যমৰ বাতৰি অনুযায়ী, আয়াংশ গুপ্ত নামৰ এটি কণমানি শিশুৱে জন্মৰে পৰাই দুৰাৰোগ্য ‘স্পাইনেল মাস্কুল এট্ৰোফি’ত আক্ৰান্ত হৈ আহিছে।

ৰোগবিধৰ চিকিৎসা কৰিবলৈ শিশুটিৰ অভিভাৱক অসম্যৰ্থ, কিয়নো চিকিৎসাৰ খৰচ ১৬ কোটি টকা।

সেয়ে তেওঁলোকে ‘আয়াংশফাইটছএছএমএ’ নামৰ এটা টুইটাৰ একাউণ্টযোগে সহায় বিচাৰি এটা কেম্পেইন আৰম্ভ কৰে।

এই কথা জানিব পৰা মাত্ৰকে শিশুটিৰ চিকিৎসাৰ বাবে হাত আগবঢ়াই দিলে বিৰুষ্কাই।

বিৰুষ্কাই অনুৰাগীসকললৈ আবেদন জনোৱাৰ লগে লগে শিশুটিৰ চিকিৎসাৰ খৰচৰ যোগান হৈ যায়।

ইয়াৰ পাছতে শিশুটিৰ পৰিয়ালত আনন্দৰ জোৱাৰ উঠিছে।

সামাজিক মাধ্যমযোগে অভিভাৱকসকলে বিৰুষ্কাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

”বিৰাট কোহলী- অনুষ্কা শৰ্মাৰ অৱদান চিৰকাল মনত থাকিব।”- তেওঁলোকে কয়।

বিৰুষ্কাৰ অনুৰাগীসকলেও তাৰকা দম্পত্তিটোক অভিনন্দন জনাইছে।

Recent News

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd