• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ সংবাদ কৰ্মী সকলকো স্বাস্থ্য বীমাৰ অধীনলৈ আনিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
April 7, 2020 10:38 pm
Ripun Borah

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ মহা সংকটৰ সময়ত ৰাজ্যৰ আৰক্ষী, চিকিৎসকে ধৰি স্বাস্থ্য কৰ্মী তথা কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকাৰ স্বাস্থ্য বীমা আগবঢ়োৱাৰ সিদ্ধান্তক আদৰণি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

ৰিপুন বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ শলাগ লোৱাৰ সমান্তৰালভাৱে এই আঁচনিৰ অধীনলৈ ৰাজ্যৰ সাংবাদিক সকলকো অনাৰ বাবে আহ্বান জনায়।

“সংবাদ মাধ্যমৰ সৈতে জড়িত লোক সকলো যিহেতু কোভিদ-১৯ বিৰোধী এই অভিযানত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, গতিকে তেওঁলোককো ৫০ লাখ টকাৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনলৈ আনিবলৈ চৰকাৰক আহ্বান জনাইছো,” বৰাই ফেইচবুকত এইদৰে লিখে।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো কোভিদ-১৯-ৰ বিৰুদ্ধে প্ৰথম শাৰীত থাকি যুদ্ধ অব্যাহত ৰখা দেশৰ চিকিৎসক তথা নাৰ্চ সকলোকে ধৰি সকলো স্বাস্থ্য কৰ্মীলৈ স্বাস্থ্য বীমাৰ কথা ঘোষণা কৰিছিল।

আনহাতে, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চিকিৎসক, নাৰ্চৰ আদিৰ লগতে ১০৮ সেৱাত জড়িত হৈ থকা কৰ্মী, আশা কৰ্মী সকলৰ বাবেও বিশেষ সাহায্যৰ কথা ঘোষণা কৰিছে।

Tags: COVID-19
কল্পজ্য়োতি শইকীয়া

কল্পজ্য়োতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd