• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী সোণোৱালৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধী কাৰ্য্যকলাপ প্ৰসংগত দৃষ্টি আকৰ্ষণ কৰি পত্ৰ ৰিপুন বৰাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 23, 2020 9:52 pm
d769d7bc-ab6e-4282-8365-025264818fcb

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জিলা ভ্ৰমণৰ চৰকাৰী কাৰ্য্যসূচীত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বিৰোধী দলৰ বিধায়কক স্বীকৃতি নিদিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই মুখ্য মন্ত্ৰীলৈ দৃষ্টি আকৰ্ষণৰ বাবে এখন পত্ৰ লিখে।

তলৰ বিষয়কেইটা সন্দৰ্ভত ৰিপুন বৰাই সৰ্বানন্দ সোণোৱালৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে বুলি উল্লেখ কৰে-

১) যোৱা ২০ জুলাই, ২০২০ তাৰিখে মুখ্য মন্ত্ৰীয়ে বৰপেটা জিলা ভ্ৰমণ কালত সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত সৰ্থেবাৰী আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱনটো উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানলৈ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক আমন্ত্ৰণ জনোৱা নহ’ল। লগতে নতুন আৰক্ষী থানাৰ ভৱনটি উদ্বোধনী ফলকত স্থানীয় বিধয়াক জাকিৰ হুছেইন শিকদাৰৰ নাম সন্নিবিষ্ট কৰা নহ’ল। ইয়াৰ বিপৰীতে অন্য এক বিধানসভা সমষ্টি(সৰভোগ)ৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ নাম উক্ত উদ্বোধনী ফলকত সন্নিৱিষ্ট কৰা হ’ল।

২) ২৩ জুলাই, ২০২০ তাৰিখে মুখ্য মন্ত্ৰীয়ে দৰং জিলা ভ্ৰমণৰ কাৰ্য্যসূচীত বানপানী পৰিদৰ্শন, ভগ্ন মথাউৰী পৰিদৰ্শন, বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন আৰু দৰং জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, চৰকাৰী কাৰ্য্যসূচী সমূহৰ বাবে দৰং জিলাৰ উপায়ুক্তই যি জাননী জাৰি কৰিছে, সেই জাননীত দৰং জিলাৰ মঙলদৈ, ছিপাঝাৰ, কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়কক সন্নিৱিষ্ট কৰা হৈছে।

কিন্তু আচৰিত কথা যে দৰং জিলাৰ অন্তৰ্গত দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াক মুখ্য মন্ত্ৰীৰ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰা হোৱা নায়। দলগাঁও সমষ্টিৰ বিধায়গৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হোৱা বাবেই তেওঁক এনেদৰে চৰকাৰী কাৰ্য্যসূচীৰ পৰা আৰু তেওঁৰ সাংবিধানিক দায়িত্বৰ পৰা বঞ্চিত কৰা হৈছে নেকি বুলিও ৰিপুন বৰাই পত্ৰৰ মাধ্যমেৰে প্ৰশ্ন কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই পত্ৰখনত মুখ্য মন্ত্ৰীৰ গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী স্বৈৰাচাৰী কাৰ্য্যৰ গৰিহণা দিয়াৰ লগতে সোণোৱালক কেবল বিজেপিৰ মুখ্য মন্ত্ৰী নহয় অসমৰ মুখ্য মন্ত্ৰী বুলি কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

September 7, 2025 12:20 pm
ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

September 7, 2025 11:09 am
বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

September 7, 2025 12:20 pm
ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd