• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশত আৰক্ষীৰ গুলীত নিহত দশম শ্ৰেণীৰ ছাত্ৰ : দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ দলে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 2, 2024 9:41 pm
548
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশ জুৰি কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ দমন নীপিড়নৰ বিৰুদ্ধে আজি  প্ৰতিবাদ সাব্যস্ত কৰে। 

উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ চিলাইপুৰাৰ এখন পাৰ্কত থকা ভাৰতৰ সংবিধান প্ৰণেতা  বাবা চাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ সময়ত দশম শ্ৰেণীৰ পৰীক্ষা দি ঘুৰি আহোতে এজন ছাত্ৰই পুলিচৰ গুলীত মৃত্যুবৰণ কৰিবলগীয়া হয়। 

সুমেশ নামৰ ১৭ বছৰীয়া ছাত্ৰ জনৰ হত্যাৰ প্ৰতিবাদত নিখিল ভাৰত  কংগ্ৰেছ কমিটীৰ আহবানত অসমতো কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। 

অসম প্ৰদেশ কমিটীৰ অনুসূচীত জাতি বিভাগৰ উদ্যোগত এই প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী আজি ৰাজীৱ ভৱনত পালন কৰা হয়। 

উক্ত  কাৰ্য্যসূচীত বিভাগটোৰ অধ্যক্ষা কৃষ্ণা দাসৰ নেতৃত্বত অংশ গ্ৰহণ কৰা নেতৃবৰ্গৰ মাজত আছিল প্ৰাক্তন  সাংসদ বলীন কুলি ,ভৱেশ দাস,আৰফান আলি হাজৰিকা ৰাজা দাস , ৱাৰ ৰুমৰ অধ্যক্ষ মেহদী আলম বৰা, হেমন্ত অধিকাৰী , ৰশ্মি দাস অঞ্জনা বণিয়া, মানৱ হাজৰিকা ,গীতালি দাস ,ধৰম চান্দ জৈন ,ৰমেন শৰ্মা ৰীণা বেগ, ৰশান্ত মজুমদাৰ আলটাফ হুছেইন আদি। 

Recent News

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd