• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

DME-ত ২০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে কৰক অনলাইন আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 1:20 pm
201
VIEWS
Share on FacebookShare on Twitter

চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) অসমত ২০০০ ৰো অধিক খালী পদৰ বাবে আৱেদন আহ্বান কৰা হৈছে।

চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) অসমে নলবাৰী মেডিকেল কলেজ এণ্ড হাস্পাতাল, নলবাৰী, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হাস্পাতাল, কোকৰাঝাৰ, নগাঁও মেডিকেল কলেজ এণ্ড হাস্পাতাল, নগাঁও আৰু ধুবুৰী মেডিকেল কলেজ এণ্ড হাস্পাতাল, ধুবুৰীত গ্ৰেড-৩ আৰু গ্ৰেড-৪ ৰ ২০০৮ টা খালী পদৰ বাবে আৱেদন আহ্বান কৰিছে।

পদসমূহৰ নাম :

  • গ্ৰেড-৩ (কাৰিকৰী)
  • গ্ৰেড-৩ (অ-কাৰিকৰী)
  • গ্ৰেড-৪

পদৰ সংখ্যা:

  • গ্ৰেড-৩ (কাৰিকৰী) : ১০৩১টা
  • গ্ৰেড-৩ (অ-কাৰিকৰী) : ৩২০ টা
  • গ্ৰেড-৪ : ৬৫৭টা

অৰ্হতা:   

অনুগ্ৰহ কৰি দৰমহাৰ গাঁথনি, শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ বাবে বিতং বিজ্ঞাপনটো পঢ়ক (তলত লিংক দিয়া হৈছে)

বয়সৰ সীমা :

  • অসংৰক্ষিত: নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ৪০ বছৰ
  • অ’বিচি / এম.অ’.বি.চি. : নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ৪৩ বছৰ
  • অনুসূচীত জাতি / অনুসূচীত জনজাতি : নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ৪৫বছৰ
  • পিডব্লিউডি : নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ৫০ বছৰ

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৭ ফেব্ৰুৱাৰী, ২০২৩ ৰ পৰা ২২ ফেব্ৰুৱাৰী, ২০২৩ লৈ https://dme.assam.gov.in/ ৱেবছাইটৰ জৰিয়তে ওপৰোক্ত পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰে।

বিতং বিজ্ঞাপন : Link 1, Link 2

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd