• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমবাৰৰ বাবে কাজিৰঙাৰ লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত জলচৰ পক্ষীৰ গননা

উত্তম শইকীয়া by উত্তম শইকীয়া
January 20, 2020 7:17 am
13.7k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে দেওবাৰে কাজিৰঙা বাঘ্ৰ প্ৰকল্পৰ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত জলচৰ পক্ষীৰ গননা চলোৱা হয়। কালি পুৱা অভয়াৰণ্যখনৰ মুঠ ৮টা স্থানত এই গননা কৰা হয়।

দেওবাৰে পুৱতি নিশা অভয়াৰণ্যখনৰ ধনিয়া বনাঞ্চলৰ বিভাগীয় অতিথিশালাত আয়োজিত এক বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে আনুষ্ঠানিকভাৱে গননাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ টি চি ৰঞ্জিত ৰাম, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ, জ্ঞানেন্দ্ৰ মণ্ডল আৰু অৰবিন্দ ডেকাৰ উপৰিও নগাঁও জিলা আৰু গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন ক্ৰমে সমৰজিত ওজা আৰু উত্তম শইকীয়া উপস্থিত থাকে।

প্ৰথমবাৰৰ বাবে অভয়াৰণ্যখনত চলোৱা জলচৰ পক্ষীৰ এই গননাত বিশিষ্ট পক্ষীবিদ কাজিৰঙাৰ ৰফিকুল ইচলাম, তেজপুৰৰ অনুজ শইকীয়া, মাচিহ আহমেদ খান, নগাঁৱৰ নীৰজ বৰা আৰু চিৰঞ্জীৱ বৰা, ধিঙৰ সুৰঞ্জন দেৱনাথ আৰু ডেৰাডুনৰ বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানৰ ওমৰ চৈয়দ আৰু মুজাহিদ আহমেদৰ লগতে অষ্টম শ্ৰেণীৰ ছাত্ৰী এছ এছ ইলাক্কিয়া গননাকাৰী হিচাবে অংশগ্ৰহণ কৰে।

গননাৰ শেষত বিয়লিলৈ সকলো গননাকাৰীয়ে একেলগে দিনটোৰ গননাৰ তথ্য সমূহ লৈ এক আলোচনাত মিলিত হয়। সকলো তথ্য সম্পাদনা কৰাৰ পাছতেই গননাৰ তথ্য পৰৱৰ্তী সময়ত প্ৰকাশ পাব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd