• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলী বন বিভাগৰ কৰ্মচাৰীসকলক আৰণ্যকৰ ক্ষেত্ৰ সঁজুলি প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2022 4:30 pm
3
129
VIEWS
Share on FacebookShare on Twitter

অঞ্চলটোৰ বন্যপ্ৰাণী সম্পদ আৰু বাসস্থান সংৰক্ষণৰ বাবে চৰকাৰী সংস্থাসমূহৰ প্ৰচেষ্টাক সমৰ্থন আৰু পৰিপূৰক কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে, জৈৱ বৈচিত্ৰ্য গৱেষণা আৰু সংৰক্ষণ সংস্থা, আৰণ্যকে যোৱা ৪ জানুৱাৰীত মাজুলী বন বিভাগৰ ২৬ জনতকৈও অধিক ফ্ৰন্টলাইন কৰ্মচাৰীক ক্ষেত্ৰ সঁজুলি প্ৰদান কৰে।

মাজুলী জিলাৰ গৰমুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কৃষ্টি কেন্দ্ৰত আধাৰিত এক অনুষ্ঠানত বন কৰ্মচাৰীসকলক ৰেইনকোট, চাৰ্জলাইট, জংঘল বুট আৰু চুৱেটাৰৰ দৰে অত্যাৱশ্যকীয় ক্ষেত্ৰ সঁজুলি বিতৰণ কৰা হয়।

এই অনুষ্ঠানত মাজুলী জিলাৰ বিভাগীয় বন বিষয়া (DFO) জয়ৰাম বৰাই সভাপতিত্ব কৰে।

চাৰ্জলাইট আৰু ৰেইনকোটবোৰ কিৰ্লোস্কাৰ এবাৰা পাম্পছ লিমিটেডে, চুৱেটাৰবোৰ ইউ এছ ফিছ এণ্ড ৱাইল্ড লাইফ চাৰ্ভিচেছে আৰু সেইদৰে, ফিল্ড বুটবোৰ ডেভিড শ্বেপহাৰ্ড ৱাইল্ড লাইফ ফাউণ্ডেশ্যনৰ সহযোগত আগবঢ়োৱা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডিএফঅ’ জয়ৰাম বৰাই বিভাগটোৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে নিৰন্তৰভাৱে কাম কৰি থকা বন কৰ্মচাৰীসকলক সমৰ্থন আগবঢ়োৱাৰ বাবে আৰণ্যকক বিশেষ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ফ্ৰন্টলাইন বন কৰ্মচাৰীসকলে মাজুলী অঞ্চলত তেওঁলোকৰ দায়িত্ব পালন কৰোঁতে প্ৰায়ে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয় |

আৰণ্যকৰ উপ-সভাপতি ড০ দিলীপ চেত্ৰী আৰু নিৰঞ্জন ভূঞাই অনুষ্ঠানটোত আৰণ্যকক প্ৰতিনিধিত্ব কৰে। 

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd