দুয়োখন দেশৰ মাজৰ সম্পৰ্ক এতিয়া সৰ্বশ্ৰেষ্ঠ পৰ্য্যায়ত আছে : বাংলাদেশৰ সমাজ কল্যাণ মন্ত্ৰী

দুয়োখন দেশৰ মাজৰ সম্পৰ্ক এতিয়া সৰ্বশ্ৰেষ্ঠ পৰ্য্যায়ত আছে : বাংলাদেশৰ সমাজ কল্যাণ মন্ত্ৰী

‘ভাৰত-বাংলাদেশৰ সম্বন্ধ সৰ্বশ্ৰেষ্ঠ পৰ্য্যায়ত আছে। দুয়োখন দেশৰ মাজৰ সম্পৰ্কই আজিৰ তাৰিখতে আটাইতকৈ ভাল অৱস্থান লৈছে।‘ এই কথা আজি অকপটে স্বীকাৰ ...

ব্ৰহ্মপুত্ৰৰ পানীত বিষাক্ত পদাৰ্থ নোহোৱাটো নিশ্চিত কৰিছে কেন্দ্ৰীয় জল আয়োগে

ব্ৰহ্মপুত্ৰৰ পানীত বিষাক্ত পদাৰ্থ নোহোৱাটো নিশ্চিত কৰিছে কেন্দ্ৰীয় জল আয়োগে

চীনে দক্ষিণ তিব্বতৰ পৰা ভাৰতলৈ বৈ অহা য়াৰলং ছাংপো নদীৰ পানীৰ গতি সলনি কৰাৰ কোনো প্ৰমাণ বিচাৰি পোৱা ৰাষ্ট্ৰীয় নদী ...

ৰাজ্যৰ সকলো লোকেই ঐক্যবদ্ধ হ’লে পৃথিৱীৰ কোনো শক্তিয়ে মনিপুৰক বিভাজিত কৰিব নোৱাৰে: এন বিৰেন সিং

ৰাজ্যৰ সকলো লোকেই ঐক্যবদ্ধ হ’লে পৃথিৱীৰ কোনো শক্তিয়ে মনিপুৰক বিভাজিত কৰিব নোৱাৰে: এন বিৰেন সিং

মঙলবাৰে ইম্ফলৰ নুপি লাল স্মৃতিক্ষেত্ৰত আয়োযিত নুপি লাল দিৱস (মহিলা যুদ্ধ) উদযাপনত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী এন বিৰেন সিঙে ...

পাঁচ গৰাকী ব্যক্তিলৈ ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা’ জীৱনজোৰা সাফল্য বঁটা

পাঁচ গৰাকী ব্যক্তিলৈ ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা’ জীৱনজোৰা সাফল্য বঁটা

দেওবাৰে আবেলি গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল জগদিশ মুখীয়ে ৫ গৰাকী ব্যক্তিক ‘জীৱন ৰাম মুঙী ...

বিজেপিয়ে ২০২৩-২৪ বৰ্ষত লাভ কৰিলে ২,২৪৪ কোটি টকাৰ অনুদানঃ গত বৰ্ষৰ তুলনাত বৰঙণি তিনিগুণ বৃদ্ধি

বিজেপিয়ে ২০২৩-২৪ বৰ্ষত লাভ কৰিলে ২,২৪৪ কোটি টকাৰ অনুদানঃ গত বৰ্ষৰ তুলনাত বৰঙণি তিনিগুণ বৃদ্ধি

২০২৩-২৪ বিত্তীয় বৰ্ষত বিজেপিয়ে ব্যক্তি, ট্ৰাষ্ট, আৰু কৰ্পৰেট গোষ্ঠীৰ পৰা প্ৰায় ২,২৪৪ কোটি টকাৰ বৰঙণি লাভ কৰিছে যিটো ২০২২-২৩ চনত ...

AIIMS ভুৱনেশ্বৰত অধ্যয়নৰত অসমৰ ছাত্ৰই বাচি ল’লে চৰম পন্থা

AIIMS ভুৱনেশ্বৰত অধ্যয়নৰত অসমৰ ছাত্ৰই বাচি ল’লে চৰম পন্থা

অসমৰ ডিব্ৰুগড়ৰ এইমছ ভুৱনেশ্বৰৰ দ্বিতীয় বৰ্ষৰ এমবিবিএছ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ এজনৰ ২৪ ডিচেম্বৰ মঙলবাৰে চৰম পন্থা বাচি লয়। দ্বিতীয় বৰ্ষৰ ...

প্ৰেম প্ৰত্যাখানৰ বাবে ছুৰীকাঘাত কৰি যুৱতীক হত্যা কৰিলে দুটাকৈ সন্তানৰ পিতৃয়ে! অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ স্মাৰ্ট চিটি পুলিচ

প্ৰেম প্ৰত্যাখানৰ বাবে ছুৰীকাঘাত কৰি যুৱতীক হত্যা কৰিলে দুটাকৈ সন্তানৰ পিতৃয়ে! অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ স্মাৰ্ট চিটি পুলিচ

অসমৰ গুৱাহাটীৰ লাষ্টগেট এলেকাত বৃহস্পতিবাৰে এগৰাকী যুৱতীক নৃশংসভাৱে ছুৰীৰে আঘাত কৰি হত্যা কৰে। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক আক্ৰমণ কৰে ভূপেন ...

ধৰ্ষণত অভিযুক্ত বিজেপি বিধায়কৰ মূৰলৈ নিক্ষেপ কৰিলে কণী! তাৰপাছত…

ধৰ্ষণত অভিযুক্ত বিজেপি বিধায়কৰ মূৰলৈ নিক্ষেপ কৰিলে কণী! তাৰপাছত…

কৰ্ণাটকৰ বিজেপি বিধায়কৰ মূৰলৈ নিক্ষেপ কৰিলে কণী। অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক মুনীৰত্নৰক বুধবাৰে ৰাইজৰ পৰা কণী ...

বিসম্বাদ নহয়, মুকলিকৈয়ে ওলাই আহিল ৰাজেন গোঁহাই! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ, নতুন দল গঠনৰ উকমুকনি

বিসম্বাদ নহয়, মুকলিকৈয়ে ওলাই আহিল ৰাজেন গোঁহাই! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ, নতুন দল গঠনৰ উকমুকনি

অসমত বিভাজন ঘটিব শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ! বিজেপিক বিভক্ত কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পুৰণি বিজেপি নেতা ৰাজেন গোহাঁইৰ নেতৃত্বত ...

২৫০ বছৰ পিছত আমেৰিকাত ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি পালে বগামূৰীয়া ঈগলে (Bald eagle)

২৫০ বছৰ পিছত আমেৰিকাত ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি পালে বগামূৰীয়া ঈগলে (Bald eagle)

আনুষ্ঠানিকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়া হৈছে বগামূৰীয়া ঈগলক (Bald Eagle)। যোৱা মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এখন আইনত ...

বিৰাট বিতৰ্ক! ছেম কনষ্টাসক খুন্দিয়াই বিপদত কোহলি; নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে আইচিচিৰ!

বিৰাট বিতৰ্ক! ছেম কনষ্টাসক খুন্দিয়াই বিপদত কোহলি; নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে আইচিচিৰ!

কোহলি এক বিৰাট বিতৰ্কত লিপ্ত হৈ পৰিছে। বক্সিং ডে’ টেষ্টৰ প্ৰথম দিনাই বিৰাট কোহলিয়ে ক্ৰীজত নৱাগত ছেম কনষ্টাসক কান্ধত খুন্দা ...

শ্ৰাদ্ধকৰ্ম শেষ কৰি থৈছিল পৰিয়ালে; ২৫ বছৰৰ মূৰত ঘৰলৈ উভতি আহিল ‘নিৰুদ্দিষ্ট’ মহিলা

শ্ৰাদ্ধকৰ্ম শেষ কৰি থৈছিল পৰিয়ালে; ২৫ বছৰৰ মূৰত ঘৰলৈ উভতি আহিল ‘নিৰুদ্দিষ্ট’ মহিলা

বিধিৰ বিধান খণ্ডাৱ নোৱাৰি! একেৰাহে ২৫ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী মহিলাৰ পৰিয়ালে তেওঁক মৃত বুলি ধৰি লৈ শ্ৰাদ্ধকৰ্ম ...

নদীৰ সৈতে নদীৰ সংযোগ! পৰিৱেশবিদৰ সতৰ্কবাণীক আওকাণ কৰি মোদীৰ পদক্ষেপ

নদীৰ সৈতে নদীৰ সংযোগ! পৰিৱেশবিদৰ সতৰ্কবাণীক আওকাণ কৰি মোদীৰ পদক্ষেপ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত উপস্থিত হৈ এক ঐতিহাসিক নদী সংযোগ প্ৰকল্প - কেন-বেতোয়া নদী সংযোগ প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পটো ...

নিৰ্বাচনী প্ৰতিবাদৰ মাজতে মোজাম্বিকৰ কাৰাগাৰৰ পৰা পলায়ন ডেৰ হাজাৰৰো অধিক কয়দীৰ

নিৰ্বাচনী প্ৰতিবাদৰ মাজতে মোজাম্বিকৰ কাৰাগাৰৰ পৰা পলায়ন ডেৰ হাজাৰৰো অধিক কয়দীৰ

বিতৰ্কিত নিৰ্বাচনৰ ফলাফলৰ পিছত চলি থকা ৰাজনৈতিক অশান্তিৰ সুযোগ লৈ মোজাম্বিকৰ এখন কাৰাগাৰৰ পৰা ১৫০০ৰো অধিক কয়দী পলায়ন কৰিছে বুলি ...

Page 1 of 6266 1 2 6,266

Recent News