DMCA.com Protection Status
‘স্প’ৰ্টছ পাৰ্ছন অব দা ইয়েৰ’ বঁটা প্ৰমীলা দৈমাৰীলৈ

‘স্প’ৰ্টছ পাৰ্ছন অব দা ইয়েৰ’ বঁটা প্ৰমীলা দৈমাৰীলৈ

দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা বৰ্ণাঢ্য কাৰ্যসূচীত এচিভাৰ এৱাৰ্ডছ ২০১৭ ৰ অধীনত ক্ৰীড়া শিতানত ভেৰগাঁও মহকুমাৰ ...

মহিৰপাৰা অঞ্চলত পথ, দলং, বিদ্যালয়কে ধৰি কেইবাটাও কামৰ আধাৰশিলা স্থাপন

মহিৰপাৰা অঞ্চলত পথ, দলং, বিদ্যালয়কে ধৰি কেইবাটাও কামৰ আধাৰশিলা স্থাপন

অলপতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত ৰাজনৈতিক দলবিলাকৰ তৎপৰতা হঠাতে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দল আৰু নেতাই ...

এন আৰ চি প্ৰসংগত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ

এন আৰ চিক লৈ প্ৰচাৰিত উৰা বাতৰিক কেন্দ্ৰ কৰি এজনৰ আত্মহত্যা

এন আৰ চিকলৈ ৰাজ্যখনত চলি থকা নিত্য নতুন মোৰৰ মাজতে গোৱালপাৰা জিলাৰ জলেশ্বৰত এজন লোকৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি ...

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত বনাঞ্চল বেদখল উচ্ছেদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে অসমে এক অবাঞ্চিত অভিলেখ সৃষ্টি কৰিছে। ...

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ থকা অৱস্থাত সন্ধানহীন অসমৰ যুৱক

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ থকা অৱস্থাত সন্ধানহীন অসমৰ যুৱক

নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ হাটবৰৰ দুলাল বৈশ্য ওৰফে পাম্পু নামৰ এজন যুৱক কাম কৰিবৰ বাবে কৰ্ণাটকলৈ ৰে'লেৰে (গুৱাহাটী-বেংগলোৰ জংচন এক্সপ্ৰেছ, নং ...

৯ বছৰৰ অন্তত আজিৰ পৰা আৰম্ভ হ’ব ৩০ অক্টোবৰৰ দ্ৰুত বিচাৰ প্ৰক্ৰিয়া

৯ বছৰৰ অন্তত আজিৰ পৰা আৰম্ভ হ’ব ৩০ অক্টোবৰৰ দ্ৰুত বিচাৰ প্ৰক্ৰিয়া

অভিশপ্ত ৩০ অক্টোবৰ ২০০৮, অসমৰ ইতিহাসৰ এটি কলংকিত দিন। সেই দিনটোতে সন্ত্ৰাসবাদীৰ বোমা বাৰুদৰ বলি হৈছিল বহুকেইজন লোক। আন বহুকেইজনে ...

প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত অচিনাক্ত লোকৰ প্ৰৱেশ : তদন্ত আৰম্ভ নগাঁও আৰক্ষীৰ

প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত অচিনাক্ত লোকৰ প্ৰৱেশ : তদন্ত আৰম্ভ নগাঁও আৰক্ষীৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নগাওঁস্থিত আমোলাপট্টিৰ বাসগৃহত কালি নিশা ঠিক ৯ মান বজাত এজন অচিনাক্ত লোকে প্ৰৱেশ কৰি এক ...

অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়লৈ পত্ৰ মেঘালয়ৰ সংগঠনৰ

অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়লৈ পত্ৰ মেঘালয়ৰ সংগঠনৰ

অসম–মেঘালয় আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধানৰ লগতে সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এটি সৰ্বসন্মত নীতি প্ৰস্তুত কৰাৰ আহ্বান জনাই দেওবাৰে মেঘালয়ৰ আচিক ইণ্ডিজেনাছ ...

Page 6070 of 6096 1 6,069 6,070 6,071 6,096

Recent News