• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিপ্ৰেছনত মাৰাডোনা! জন্মদিন উদযাপনৰ পিছতে ভৰ্তি হ’ল হাস্পতালত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2020 12:05 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী মহান ফুটবলাৰ ডিয়েগ’ মাৰাডোনা হতাশাগ্ৰস্ত কাৰণৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।

ফুটবলাৰ গৰাকীৰ ব্যক্তিগত চিকিৎসক লিঅপল্ড’ লুকে অসুস্থতাৰ কথা জানিবলৈ দি কয়, ‘তেওঁৰ শাৰিৰীক অৱস্থা খুব জটিল নহয় আৰু তেওঁ ইচ্ছা কৰিলে হাস্পতালৰ পৰা ঘৰলৈ উভতিবও পাৰে’।

ব্যক্তিগত চিকিৎসকগৰাকীয়ে লগতে কয় যে তেওঁৰ শাৰিৰীক অৱস্থা সুস্থিৰ ৰূপলৈ ঘূৰাই অনাৰ বাবে তেওঁ কমেও তিনিদিন চিকিৎসালয়ত থকাটো বিচাৰো।

তেওঁ লগতে কয়, ‘মাৰাডোনা মানসিকভাৱে অসুস্থ আৰু সেইটোৱে তেওঁৰ শৰীৰক ক্ষতি কৰিব পাৰে’।

১৯৮৬ চনৰ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক মাৰাডোনাক ব্যুনছ আয়ৰ্ছৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ দক্ষিণপ্ৰান্তৰ লা প্লাটাৰ এখন ব্যক্তিগত চিকিৎসালত ভৰ্তি কৰোৱা হয়।

মাৰাডোনাই যোৱা বছৰ জিম্নেছিয়া এছগ্ৰিমাৰ প্ৰশিক্ষক হিচাপে নিযুক্ত হোৱাৰ পিছৰ পৰাই তাত থাকিবলৈ লৈছিল।

যোৱা শুকুৰবাৰে নিজৰ ৬০ সংখ্যক জন্মদিন পালনৰ উপৰি নিশা জিম্নেছিয়াৰ ৰাষ্ট্ৰীয় চেম্পিয়শ্বিপত পেট্ৰোনাটোৰ বিৰুদ্ধে হোৱা মেচখনতো তেওঁক দেখা গৈছিল।

মাৰাডোনাৰ দলে মেচখন ৩-০ত জয় লাভ কৰিছিল যদিও প্ৰথম হাফৰ সমাপ্তিৰ পিছতে তেওঁ ষ্টেডিয়াম এৰিছিল। আৰু ইয়াৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্যক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd