• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰৰ বানাক্রান্ত বিদালয়সমূহত পৰিচ্ছন্নতা অভিযান আৰক্ষী-সশস্ত্ৰ বাহিনীৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
July 29, 2019 1:50 pm
lakhimpur-cleanliness-1140x570

ফটো : নৰ্থইষ্ট নাও

358
VIEWS
Share on FacebookShare on Twitter

সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি লখিমপুৰ আৰক্ষীয়ে দেওবাৰে জিলাখনৰ বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহত এক পৰিচ্ছন্নতা তথা পুনৰুদ্ধাৰ অভিযান চলায়।

লখিমপুৰ আৰক্ষীৰ বিষয়াসকলৰ সৈতে অভিযানত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ইণ্ডো তিব্বেতান বৰ্ডাৰ পুলিচ (আইটিবিপি) সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানসকলেও যোগদান কৰে।

গ্ৰীষ্ম বন্ধৰ পাছত অহা ১ আগষ্টৰ পৰা বিদ্যালয়সমূহ পুনৰ খোলাৰ আগেয়ে বানত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয় পুনৰুদ্ধাৰৰ লক্ষ্যৰে  জিলাখনৰ চাৰিখন বেলেগ বেলেগ বিদ্যালয়ত এই পৰিচ্ছন্নতা তথা মেৰামতিৰ অভিযান চলোৱা হয়।

লখিমপুৰ আৰক্ষীৰ লগতে চিআইএছএফ, আইটিবিপি আৰু বিএছএফৰ বিষয়া-জোৱানসকলে উত্তৰ লখিমপুৰৰ পহুমাৰা হাইস্কুল, বিহপুৰীয়াৰ ধূনাগুৰি খনিকৰ এল পি স্কুল আৰু ধূনাগুৰি মিছিং এল পি স্কুল আৰু ঢকুৱাখনাৰ ন-কপহুৱাৰ পশ্চিম মাছখোৱা এম ই স্কুলত পৰিচ্ছন্নতা অভিযান চলায়।

লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু দত্ত, মুখ্য কাৰ্যালয়ৰ উপ আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া মোহন লাল মীনাই  লখিমপুৰ আৰক্ষীৰ বিষয়াসকল আৰু নিকটৱৰ্তী আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনীৰ বিষয়াসকলৰ সৈতে অভিযানটোৰ নেতৃত্ব দিয়ে।

বিদ্যালয়ৰ চৌহদৰ পৰা বানপানীত উটি অহা বনৰীয়া গছ-লতা আৰু বোকা পৰিস্কাৰ কৰাৰ উপৰি অভিযানত শ্ৰেণীকোঠাসমূহো পৰিস্কাৰ কৰা হয় আৰু বিদ্যালয়লৈ বানৰ পানী সোমোৱাত বাধা দিবলৈ বিদ্যালয়ৰ সীমাত বালিৰ বেগেৰে সুৰক্ষা দেৱালো নিৰ্মাণ কৰে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd