• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত সশস্ত্ৰ দুৰ্বৃত্তই জ্বলাই দিলে এটা সম্প্ৰদায়ৰ এখন গাওঁ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 3:25 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ সেনাপতি জিলাত আজি পুৱাতেই সশস্ত্ৰ মাৰাম নাগা দুৰ্বৃত্তই মাখান নাগা সম্প্ৰদায়ৰ এখন গাৱঁৰ বহুকেইটা ঘৰ জ্বলাই দিয়ে।

আক্ৰমণৰ বলি হোৱা গাওঁখনৰ নাম মাখান খুমান গাওঁ আৰু ই সেনাপতি জিলাৰ মাও-মাৰাম মহকুমাৰ অন্তৰ্গত।

দল বান্ধি অহা সশস্ত্ৰ দুৰ্বৃত্তকেইজনক মাৰাম খুলেন চাৰ্কল য়ুনিয়নৰ সদস্য বুলি সন্দেহ কৰা হৈছে। তেওঁলোকৰ হাতত এ কে ফৰ্টি ছেৱেন আৰু এম ছিক্সটিনৰ দৰে মাৰণাস্ত্ৰ আছিল বুলি সূত্ৰটোৰ দাবী।

ঘটনাটোক অমানৱীয় আৰু বৰ্বৰ আখ্যা দি মাখান সম্প্ৰদায়ৰ দল-সংগঠনে দুৰ্বৃত্তক ধৰিবলৈ দাবী কৰি ইম্ফল-ডিমাপুৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো যান-বাহনৰ চলাচল বন্ধ কৰি দিছে।

Village Burnt by Miscreants
সশস্ত্ৰ দুৰ্বৃত্তই জ্বলাই দিয়া মাখান খুমান গাওঁ।

প্ৰশসনে ২৪ ঘণ্টাৰ ভিতৰত দুৰ্বৃত্তক ধৰিব নোৱাৰিলে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথটো অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিব বুলি ভাবুকি দিয়ে।

“যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হ’ব” মাখান সম্প্ৰদায়ৰ সংগঠনবোৰে কয়।

বহু যুগ ধৰি শান্তিপূৰ্ণ প্ৰতিৱেশীৰ দৰে বাস কৰি অহা মাখান গাওঁ আৰু মাৰাম খুলেন গাওঁ দুখনৰ মাজত ২০১৪ চনতে এটা ভূমি বিবাদে তিক্ত সম্পৰ্কৰ সৃষ্টি কৰিছিল।

২০১৪ চনত মাৰাম বজাৰত হোৱা দুয়োটা ফৈদৰ এটা সশস্ত্ৰ সংঘৰ্ষত ২জন লোক আহত হৈছিল আৰু ৬টাকৈ ঘৰ জ্বলাই দিয়া হৈছিল। উক্ত আক্ৰমণত মাখান গাৱঁৰ দুৰ্বৃত্তই বিবদমান ভূমিত নতুনকৈ মাৰাম সম্প্ৰদায়ৰ লোকে স্থাপন কৰা ঘৰবোৰত আক্ৰমণ কৰিছিল।

Recent News

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd