• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ: এগৰাকী পাইলটৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2022 2:09 pm
Army aviation crash in Arunachal
126
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ টাৱাঙত আজি দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ। এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে হেলিকপ্টাৰখনৰ এগৰাকী পাইলটে।

ভাৰতীয় সেনাৰ এই চিতা হেলিকপ্টাৰখন টাৱাং জিলাৰ বিটিকে জলপ্ৰপাতৰ ওচৰত পুৱা প্ৰায় ১০ বজাত দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ পিছত দুয়োগৰাকী পাইলটক নিকটতম সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও গুৰুতৰ আঘাতৰ বাবে চিকিৎসালয়ত এগৰাকী পাইলটৰ মৃত্যু হয়।

Army aviation helicopter crashes near Arunachal 's Tawang, one pilot dead

নিহত পাইলট গৰাকীক লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ বুলি চিনাক্ত কৰা হৈছে। আনহাতে আনগৰাকী আঘাতপ্ৰাপ্ত পাইলট বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে।

বিবৃতিটোত প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য পোৱা নাই বুলি জানিবলৈ দিয়ে।

Recent News

উত্তৰ-পূৰ্বাঞ্চলত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা ৰিলায়েন্সৰ

উত্তৰ-পূৰ্বাঞ্চলত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা ৰিলায়েন্সৰ

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

গ্ৰেপ্তাৰ হ’ব নেকি তনু শ্বাহী? আৰক্ষী অধীক্ষকৰ জেৰা

গ্ৰেপ্তাৰ হ’ব নেকি তনু শ্বাহী? আৰক্ষী অধীক্ষকৰ জেৰা

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd