• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগা শান্তি চুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ আশ্বাস স্থল সেনা প্ৰধান নাৰাভানেৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2020 9:03 am
326
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডত শান্তি আৰু সুস্থিৰতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত লগতে ভাৰত-ম্যানমাৰ সীমান্তত প্ৰদান কৰি অহা সুৰক্ষাৰ বাবে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ অৱদানৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে।

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি আৰু মুখ্য মন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ সৈতে এক আলোচনাত অংশলোৱাৰ সময়ত নাৰাভানে এইদৰে কয়।

উত্তৰ-পূবৰ সুৰক্ষাৰ দিশটো পৰ্যালোচনা কৰাৰ বাবে স্থলসেনা প্ৰধান গৰাকীয়ে সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীলৈ উত্তৰ-পূবত উপস্থিত হৈছে।

স্থলসেনা প্ৰধান গৰাকীয়ে উত্তৰ-পূব ভ্ৰমণৰ সময়ত ইষ্টাৰ্ণ কামাণ্ড জিঅ’চি-ইন-চীফ লেফটেণ্ট জেনেৰেল অনিল চৌহান, লেফটেণ্ট জেনেৰেল আৰ পি কলিতাই অসম, নাগালেণ্ড, অৰুণাচল আৰু মণিপুৰৰ নিৰাপত্তাজনিত দিশসমূহৰ বিষয়ে বৰ্ণনা কৰে।

স্থলসেনা প্ৰধান গৰাকীৰ আগত চলি থকা নাগা শান্তি চুক্তি সন্দৰ্ভতো বৰ্ণনা আগবঢ়োৱা হয়।

আনহাতে, নাৰাভানে মঙলবাৰে নাগালেণ্ড আৰু মণিপুৰত অৱস্থিত বিভিন্ন আসাম ৰাইফলছৰ মুখ্য কাৰ্য্যালয় ভ্ৰমণ কৰি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

Recent News

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

হ্ৰাস পাইছে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকত মন্তব্য শশী থাৰুৰৰ

হ্ৰাস পাইছে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকত মন্তব্য শশী থাৰুৰৰ

‘কাঁটা লাগা গাৰ্ল’ শ্বেফালী জাৰিৱালাৰ মৃত্যু; অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত স্তম্ভিত বলীউদ

‘কাঁটা লাগা গাৰ্ল’ শ্বেফালী জাৰিৱালাৰ মৃত্যু; অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত স্তম্ভিত বলীউদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd