• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগা শান্তি আলোচনাক লৈ আশাবাদী ভাৰতীয় সেনা

চীনাসকলে তেওঁলোকৰ এলেকাৰ ভিতৰৰ ডেজিগনে’টেদ শিবিৰত আমাক খেলা-ধূলাৰ অনুষ্ঠানত ভাগ ল’বলৈ মাতিছে আৰু আমি কথাটো বিবেচনা কৰিছো: লেঃ জেঃ নাৱাৰনে।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2019 4:37 pm
Army optimistic about Naga talks

এন এচ চি এন (আই এম) বিদ্ৰোহী। ছবি সৌজন্য-- The Hindu

907
VIEWS
Share on FacebookShare on Twitter

নাগা বিদ্ৰোহী গোটসমূহৰ সৈতে চলিত ৰাজনৈতিক আলোচনাৰ ফলাফলক লৈ আশাবাদী হোৱাৰ লগতে চীন সীমান্তৰ পৰিস্থিতি উন্নত হোৱা বুলি ভাবে ভাৰতীয় সেনাই।

“বিদ্ৰোহ-প্ৰতিৰোধী পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন আৰু আমি আত্মবিশ্বাসী যে এতিয়াৰ পৰা পৰিস্থিতি অধিক উন্নত হ’ব। নাগালেণ্ডৰ এন এচ চি এন (আই এম) আৰু নাগা জাতীয় ৰাজনৈতিক গোটসমূহ (NNPGs)ৰ সৈতে আলোচনা আগবঢ়া অৱস্থাত আছে,” ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি-ইন-চি লেফতে’নেন্ত জেনেৰেল এম এম নাৱাৰনে কয়।

লেঃ জেঃ নাৱাৰনে কয় যে এন এচ চি এন (কে)ৰ খাংগ’ কন্যাক নেতৃত্বাধীন গোটটোৱে শেহতীয়াকৈ এন এন পি জিৰ কাৰ্য্যকৰী সমিতিত যোগ দি শান্তি প্ৰক্ৰিয়াৰ অংশ হৈছে।

সেনা কমাণ্ডাৰজনে যোৱা ৰাতি ফ’ৰ্ট উইলিয়ামত সাহসিকতাৰ মেদেল বিতৰণ কৰিছিল।

তেওঁ কয় যে ভাৰত-ম্যানমাৰ সীমান্তত শক্তিশালী পহৰা দি অহা হৈছে আৰু বিভিন্ন বিদ্ৰোহী গোটৰ আহ-যাহ নিৰৱচ্ছিন্ন নিৰীক্ষণৰ মাজত আছে।

“সীমা সুৰক্ষা বাহিনী শক্তিশালী কৰাৰ কামো চলি আছে,” তেওঁ কয়।

লেঃ জেঃ নাৱাৰনে কয় যে অসমত আলফা (স্বাঃ)ৰ উত্থানৰ খবৰসমূহ খুব সাৱধানতাৰে নিৰীক্ষণ কৰি থকা হৈছে আৰু উচিত প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

নিজৰ অভিযান সঠিক কৰিবৰ বাবে সেনাই সদায় পৰিস্থিতিৰ পৰ্য্যালোচনা কৰি আহিছে, তেওঁ কয়।

নাৱাৰনে কয় যে ভাৰত আৰু চীনৰ মাজত সেনা পৰ্য্যায়ৰ কথা-বতৰা সকলো পৰ্য্যায়তে উন্নত হৈছে। “ই গ্ৰাউণ্ড ত্ৰুপ আৰু ফাংচনেল লেৱেলৰ কমাণ্ডাৰসকলৰ মাজত ৰণকৌশলগত সহমত কাৰ্য্যকৰী কৰাত অৰিহণা আগবঢ়াইছে।”

“চীনাসকলে এতিয়া তেওঁলোকৰ এলেকাৰ ভিতৰৰ ডেজিগনে’টেদ বে’ছ/ শিবিৰসমূহত আমাক খেলা-ধূলাৰ অনুষ্ঠানত ভাগ ল’বলৈ মাতিছে আৰু আমি কথাটো বিবেচনা কৰিছো,” জেনেৰেলগৰাকীয়ে কয়।

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd