• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বংগত টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনি বিধায়কৰ সৈতে জড়িত হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম!

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল ঝাৰখণ্ডৰ বিধায়কৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2022 6:01 pm
Jharkhand Congress MLA Himanta Biswa Sharma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে নিশা বংগত কোটি কোটি টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনিগৰাকী কংগ্ৰেছী বিধায়কৰ সৈতে এইবাৰ নাম সাঙোৰ খাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। এই সমগ্ৰ ঘটনাৰ আঁৰত ঝাৰখণ্ডৰ শাসনাধিষ্ঠ চৰকাৰ উৎখাতৰ ষড়যন্ত্ৰ থকাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ তুলিছে ৰাজ্যখনৰ এগৰাকী কংগ্ৰেছী বিধায়কে।

ইতিমধ্যে বেৰ্মোৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয়মঙ্গল সিঙে ৰাঁচীৰ আৰ্গোৰা আৰক্ষী থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। তেওঁ অভিযোগ কৰিছে যে বংগত গ্ৰেপ্তাৰ কৰা তিনি সতীৰ্থ বিধায়কে সিঙকো তেওঁলোকৰ সৈতে গুৱাহাটীত মুখ্যমন্ত্ৰী শৰ্মাক লগ কৰিবলৈ মন্ত্ৰণা দিছিল।

সিঙে অভিযোগ কৰিছে যে জনজাতীয় অধ্যুষিত ৰাজ্যখনত জেএমএম-কংগ্ৰেছ চৰকাৰক উৎখাত কৰাৰ বিনিময়ত তেওঁলোকক নতুন চৰকাৰত মন্ত্ৰীপদৰ লগতে কোটি কোটি টকাৰ নগদ ধনৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।

জয়মঙ্গল সিঙে দাখিল কৰা এজাহাৰত অভিযোগ কৰিছে যে গ্ৰেপ্তাৰ কৰা কংগ্ৰেছ বিধায়কসকলে তেওঁক একেলগে কলকাতালৈ আহি গুৱাহাটী অভিমুখী ৰাওনা হোৱাৰ প্ৰস্তাৱ দিছিল।

জামতাৰাৰ বিধায়ক ইৰফান আনছাৰীয়ে প্ৰতিজন বিধায়কৰ বাবে ১০ কোটি টকা নগদ ধনৰ উপৰিও সিঙক বিজেপিৰ নতুন চৰকাৰত স্বাস্থ্য মন্ত্ৰীৰ পদৰ প্ৰতিশ্ৰুতি দিছিল বুলি সিঙে লগতে অভিযোগ কৰিছে।

বিধায়ক ইৰফান আনছাৰীয়েই বিজেপিৰ শীৰ্ষ মহলৰ আশীৰ্বাদত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে বুলি জয়মঙ্গল সিঙে নিজ অভিযোগ পত্ৰত সন্নিৱিষ্ট কৰিছে।

বিধায়ক গৰাকীৰ এই অভিযোগৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰে। তেওঁ কয় যে এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে কিয় অভিযোগ পঞ্জীয়ন কৰা হৈছে তাৰ কোনো ধাৰণা নাই।

আনহাতে ঝাৰখণ্ড কংগ্ৰেছ দলৰ মুৰব্বী ৰাজেশ ঠাকুৰে এই সন্দৰ্ভত এক বিবৃতিত কয়, ” অসম চৰকাৰ কেনেদৰে এখন চৰকাৰ উৎখাতৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল, সকলোৱে দেখিছিল। ১৫ দিন ধৰি নাটকৰ পিছত অৱশেষত মহাৰাষ্ট্ৰ চৰকাৰক উৎখাত কৰা হৈছিল।”

এতিয়া এই সমগ্ৰ ঘটনাই ঝাৰখণ্ড চৰকাৰক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচনাৰ ইংগিত দিয়ে বুলি ৰাজেশ ঠাকুৰে অভিযোগ কৰিছে। অনাগত সময়ত এই বিষয়ে অধিক স্পষ্ট হৈ পৰিব বুলি তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd