• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমস্খলনত নিহত সাত সেনা জোৱানলৈ ৪ লাখ টকাৰ সাহাৰ্য্য অৰুণাচল চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2022 11:45 am
Army Personnel Killed In Avalanche

প্ৰতিনিধিত্ব মূলক ফটো

154
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰাণ হেৰুওৱা সেনা জোৱানসকলৰ পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪ লাখকৈ টকা ক্ষতিপূৰণ ঘোষণা কৰিছে।

 

Chief Minister @PemaKhanduBJP has announced an ex-gratia of ₹4 lakhs each from the Chief Minister’s Relief Fund (CMRF), for the next of kin of 7 brave soldiers who lost their lives serving the Nation in an avalanche in the Kameng sector.@adgpi

— CMO Arunachal (@ArunachalCMO) February 8, 2022

সেনা জোৱানসকলৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে শোকসন্তপ্ত পৰিয়ালসমূহক এই শোকাৱহ ক্ষতিৰ বাবে শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা কৰে।

 

Deeply saddened by the loss of lives of 7 brave Indian Army Jawans, who were trapped in an avalanche in Arunachal Pradesh.

My deepest condolences to the bereaved families on their tragic loss. May God give them enough strength to bear the irreparable loss. #OmShanti

— Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) February 8, 2022

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও সৈনিকসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অনুকৰণীয় সেৱা কেতিয়াও পাহৰিব নোৱাৰিব।

Sadddened by the loss of lives of Indian Army personnel due to an avalanche in Arunachal Pradesh. We will never forget their exemplary service to our nation. Condolences to the bereaved families.

— Narendra Modi (@narendramodi) February 8, 2022

ৰাষ্ট্ৰপতি কোবিন্দে সৈনিক সকলৰ প্ৰতি সন্মান জনাই কয় যে সৈনিকসকলে দেশৰ সেৱাত প্ৰাণ দিছিল আৰু তেওঁলোকৰ নিস্বাৰ্থ ত্যাগ স্মৰণ কৰা হ’ব।

The death of soldiers due to an avalanche in Arunachal Pradesh is a tragedy beyond words. The brave soldiers laid down their lives for the service of the nation. Their selfless sacrifice will always be remembered. My condolences to their families.

— President of India (@rashtrapatibhvn) February 8, 2022

উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং খণ্ডৰ এটা উচ্চ অঞ্চলত হিমস্খলনৰ ফলত ৭ জন সেনা জোৱান সন্ধানহীন হৈছিল।

মঙ্গলবাৰে ভাৰতীয় সেনাই সন্ধানহীন জোৱান কেইজনৰ মৃত্যু নিশ্চিত কৰাৰ লগতে হিমস্খলনস্থলীৰ পৰা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিছিল।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd