• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ড কাণ্ডৰ পুনৰাবৃত্তি: নদীত মাছ মাৰি অহা যুৱকলৈ অসম ৰাইফলছৰ গুলীচালনা, দুজন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2022 7:56 pm
Assam Rifles Opens Fire
171
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। মন জিলাৰ ঘটনাৰ পুনৰাবৃত্তি ঘটাই পুনৰ সেনাবাহিনীৰ গুলিত আঘাতপ্ৰাপ্ত হৈছে দুজনকৈ নিৰীহ যুৱক। এইবাৰ অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এই ঘটনা।

কালি আবেলি অৰুণাচলৰ টিৰাপ জিলাত অসম ৰাইফলছে যুৱক দুজনৰ ওপৰত গুলিচালনা কৰে। জানিব পৰা মতে, নিৰীহ যুৱক দুজন টিৰাপ জিলাৰ ছাছা গাঁৱৰ বাসিন্দা।

তেওঁলোকে নদীত মাছ মাৰি ঘৰলৈ উভটাৰ পথতে সন্ত্ৰাসবাদীৰ সন্দেহত অসম ৰাইফলচে গুলিচালনা কৰে। যুৱক দুজন বৰ্তমান স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি অসম ৰাইফলছৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত ১৪ জন নিৰীহ লোকক সেনাবাহিনীয়ে নিৰ্বিচাৰে গুলী চলাই হত্যা কৰাৰ ফলত তীব্ৰ উত্তেজনা বিৰাজ কৰিছিল।

এই ঘটনাৰ পিছত উত্তৰ-পূবৰ পৰা আফস্পা বাতিলৰ দাবীত তীব্ৰ আন্দোলনৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবৰ কিছু অঞ্চলৰ পৰা আফস্পা বাতিলৰ ঘোষণা কৰিছে।

কিন্তু অসম, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ বহুকেইখন জিলাৰ পৰা এতিয়াও আফস্পা বাতিল কৰা হোৱা নাই। ইয়াৰ ভিতৰত অন্যতম হৈছে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা।

গৃহমন্ত্ৰীগৰাকীয়ে কৰা উক্ত ঘোষণাৰ দুদিন পাছতে এইদৰে সেনাবাহিনীৰ হাতত দুজন যুৱক আঘাটপ্ৰাপ্ত হোৱাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd