• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশত নতুন ক’ভিড-১৯ পজিটিভ চিনাক্ত

ডেমিয়েন লেপচা by ডেমিয়েন লেপচা
May 24, 2020 9:51 pm
1862 persons test COVID-19 positive in Assam on Friday

প্ৰতিনিধিত্বমূলক ছবি

1.8k
VIEWS
Share on FacebookShare on Twitter

এজন ছাত্ৰ দেওবাৰে অৰুণাচল প্ৰদেশত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ছাত্ৰজন যোৱা ১৮ মে’ত দিল্লীৰ পৰা অৰুণাচল প্ৰদেশলৈ ঘূৰি আহিছিল।

স্বাস্থ্য বিভাগৰ বিষয়াৰ মতে ছাত্ৰজনক আনুষ্ঠানিক কুৱাৰেণ্টিনত ৰখা হৈছিল আৰু ২২ মে’ত তেওঁৰ স্বাব নমুনা সংগ্ৰহ কৰা হৈছিল।

“ৰোগীগৰাকী সম্পূৰ্ণৰূপে লক্ষণহীন আৰু তেওঁক আমাৰ চিকিৎসা গোটে শুশ্ৰূষা কৰি আছে,” বিষয়াগৰাকীয়ে জনায়।

বিষয়াগৰাকীয়ে জনোৱা মতে, ছাত্ৰজনে দিল্লীৰ ৱেষ্ট পেটেল নগৰত বাস কৰিছিল আৰু ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল।

বিষয়াগৰাকীয়ে লগতে জনাই যে ছাত্ৰজন দিল্লীৰ পৰা আৰু ৩৩গৰাকী সহযাত্ৰীৰ সৈতে অৰুণাচল প্ৰদেশলৈ আহিছিল।

“ছাত্ৰজনৰ সৈতে বাছত অহা লোকসকলৰ কন্তেক্ত ট্ৰেচিং কৰাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ দলে চেষ্টা কৰি আছে,” বিষয়াগৰাকীয়ে জনায়।

অৰুণাচল প্ৰদেশত ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ এইটো দ্বিতীয়টো ঘটনা।

ইয়াৰ পূৰ্বে ৩১ বছৰীয়া এজন ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল। তেওঁ ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

ৰাজ্যখনৰ প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগীয়ে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিঘি জামাতত ভাগ লৈছিল আৰু ১ এপ্ৰিলত তেওঁক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।

Tags: COVID-19

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd