• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় ভাৰোত্তলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰুণাচলৰ ৰেশনিৰ

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
December 22, 2018 7:11 am
Page-8-1-750x375
986
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ জুনিয়ৰ ভাৰোত্তলন টীমটোৱে শুকুৰবাৰে অনুষ্ঠিত প্ৰতিযোগিতাত আৰু এটা পদক দখলেৰে ৰাজ্যখনৰ হৈ আৰু এটা পদক জয় কৰিলে। মহাৰাষ্ট্ৰৰ নাগপুৰত চলি থকা ১৪ সংখ্যক যুৱ ৰাষ্ট্ৰীয় ভাৰোত্তলন চেম্পিয়নশ্বিপত ৰূপৰ পদকটো জয় কৰিলে পি ৰোশনিয়ে।

যোৱা বছৰ এটা পদকো অৰ্জন কৰিবলৈ সক্ষম নোহোৱা অৰুণাচলৰ টীমটোৱে এই একেই প্ৰতিযোগিতাত এইবাৰ ৭টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। পদকসমূহৰ মাজত আছে এটা সোণ ৩টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক।

উল্লেখ্য শিহৰণকাৰী ষষ্ঠ দিনৰ খেলখনত ৰোশনিয়ে মাত্ৰ ১ কেঃজিৰ ব্যৱধানত সোণৰ পদক লাভ কৰি জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন খিতাপৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। চমকপ্ৰদ প্ৰদৰ্শন কৰিও ৰোশনিয়ে ৰূপৰ পদকতেই সন্তুষ্ট থাকিবলগীয়া হ’’ল।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ আগে আগে ৰোশনিয়ে জ্বৰ আৰু পেটৰ অসুখত ভুগি আছিল। অভিযোগ অনুসৰি, আয়োজকসকলে যোগান ধৰা অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ পলত ৰোশনিৰ এই অসুখ হৈছিল।

অসুখ সত্বেও ৰোশনিয়ে ৭১ কেঃজি শাখাত মুঠ ১৭২ কেঃজিঃ (ইয়াৰে ৭৭ কেঃজিঃ স্নেচ আৰু ৯৫ কেঃজিঃ ক্লীন এণ্ড জাৰ্ক শাখাৰ পৰা আহিছে)ভাৰোত্তলন কৰে।

Recent News

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd