• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বসন্ত আৰু ৰুবেল্লা প্ৰতিষেধক অভিযান : সহযোগৰ বাবে মাজুলীৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক-অভিভাৱকলৈ আহ্বান উপায়ুক্তৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 16, 2018 8:48 pm
Rubella positive
143
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ভাৰতৰ লগতে মাজুলীতো শনিবাৰৰ পৰা বসন্ত ৰোগ আৰু ৰুবেল্লা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হব। ৯ মাহৰ পৰা ১৫ বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীক বসন্ত আৰু ৰুবেল্লা ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে  টিকাকৰণ কৰা হ’ব। এই ৰোগ দুটাৰ আগতীয়া প্ৰতিষেধক হিচাপে টিকাকৰণৰ অভিযান জিলা খনৰ সকলো বিদ্যালয়ৰ লগতে গাঁৱে গাঁৱে চলোৱাৰ বাবে মাজুলী জিলা স্বাস্থ্য বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

জিলা খনৰ ৯ মাহৰ পৰা ১৫ বছৰৰ কোনো শিশু তথা কিশোৰ-কিশোৰী যাতে এই টিকাকৰণৰ পৰা বাদ নপৰে সেইয়া সুনিশ্চিত কৰাত সহযোগ কৰিবলৈ মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই মাজুলীৰ সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে অভিভাৱক সকলকো অনুৰোধ জনাইছে ।

ইফালে মাজুলী জিলাৰ স্বাস্থ্য বিভাগৰ তত্বাবধায়ক শশীধৰ ফুকনে জনোৱা মতে জিলাখনৰ সকলো বিদ্যালয়ৰ লগতে সকলো অংগনৱাদী কেন্দ্ৰ, গাঁৱৰ সামুহিক অনুষ্ঠানৰ চৌহদ আৰু সকলো চৰকাৰী চিকিৎসা কেন্দ্ৰত স্বাস্থ্য বিভাগৰ অভিজ্ঞ স্বাস্থ্য কৰ্মীয়ে এই বয়সৰ শিশু তথা কিশোৰ-কিশোৰীক সম্পূৰ্ণ নিৰাপদ টিকা প্ৰদান কৰিব । ইতিমধ্যে এই টিকা গ্ৰহণ কৰা শিশুৱে এই টিকাকৰণ অভিযানৰ সময়ত পুনৰবাৰ বসন্ত আৰু ৰুবেল্লাৰ টিকা গ্ৰহণ কৰিব পাৰিব।

Recent News

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd