• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইটোৰ পিছত সিটো সফলতা ‘অস্মিতা’ৰ; এইবাৰ জিনিলে ছিনিয়ৰ ৰেংকিং বেডমিণ্টনৰ খিতাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2018 9:18 am
Ashmita-Chaliha-
475
VIEWS
Share on FacebookShare on Twitter

এটাৰ পাছত আন এটা সফলতা অৰ্জনেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে ১৯ বছৰীয়া প্রতিভাৱান বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাই। চলিত মাহৰ আৰম্ভণিতে মুম্বাইত অনুষ্ঠিত হোৱা টাটা অ’পেন আন্তৰ্জাতিক চেলেঞ্জত শ্ৰেষ্ঠত্ব অৰ্জন কৰা অস্মিতাই পুনৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত খিতাপ দখল কৰিবলৈ সক্ষম হয়।

১০-১৫ ডিচেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হোৱা য়ুনেক্স ছানৰাইজ সৰ্বভাৰতীয় ছিনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ অস্মিতাই ছিংগলছ শাখাত চেম্পিয়নৰ অধিকাৰী হয়। অস্মিতাই ফাইনেলত এয়াৰ ইণ্ডিয়াৰ আক্ৰশি কাশ্যপক ২১-১৪, ২১-১০ ছেটত সহজে পৰাস্ত কৰে।

উল্লেখ্য যে চলিত বছৰত অস্মিতাৰ এয়া একেৰাহে তৃতীয়টো খিতাপ। ইয়াৰ পূৰ্বে তেওঁ দুটা আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি প্ৰতিভাৱান শ্বাটলাৰ অস্মিতাই ২০১৮ত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰে বহুতো খিতাপ দখল কৰাৰ লগতে ভাৰতৰ বেডমিণ্টনৰ এগৰাকী চাঞ্চল্য সৃষ্টিকাৰী শ্বাটলাৰ হিচাপে ইতিমধ্যে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছে।

Recent News

ৰেগিং কাণ্ড: প্ৰথম বৰ্ষৰ ছাত্ৰক নৃশংস প্ৰহাৰ, বিদ্যুৎস্পৃষ্ট কৰি হত্যাৰ ভাবুকি

ৰেগিং কাণ্ড: প্ৰথম বৰ্ষৰ ছাত্ৰক নৃশংস প্ৰহাৰ, বিদ্যুৎস্পৃষ্ট কৰি হত্যাৰ ভাবুকি

দাঁতৰ পৰা দাগ কেনেকৈ আঁতৰাব? জানো আহক কেইটামান ঘৰুৱা উপায়

দাঁতৰ পৰা দাগ কেনেকৈ আঁতৰাব? জানো আহক কেইটামান ঘৰুৱা উপায়

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd