• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশত লুৰিণ জ্যোতি গগৈৰ বিস্ফোৰণ

চানু গগৈ by চানু গগৈ
February 1, 2021 9:05 pm
index.jpgm
274
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে মৰিগাঁও নগৰৰ বিহুতলীত অসম জাতীয় পৰিষদে জাতীয় জাগৰণ সমাৱেশৰ জৰিয়তে বজালে নিৰ্বাচনী ৰণডংকা৷

 সমাৱেশত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় কংগ্ৰেছ, বিজেপিয়ে কৈ থকাৰ দৰে আমি কোনো বি টিম চি টিম নহয়৷ আমি এ টিম৷ আমি অসমৰ জনগণক লৈ কাম কৰিবলৈ আহিছো৷

সভাপতিগৰাকীয়ে লগতে আৰু কয় আমি অসমৰ জনগণৰ মূল চিন্তা, মূল সমস্যা, অধিকাৰক লৈ কাম কৰিব বিচাৰিছো৷ কা জাপি দিছে বিজেপিয়ে আৰু বিদেশী থাকিব লাগে বুলি এফিডেফিট কৰি দিয়া দলটো হ’ল কংগ্ৰেছ। গতিকে তেওঁলোকৰ মাজত কোনো চৰিত্ৰগত পাৰ্থক্য নাই৷

এইবাৰ যুঁজ হ’ব আঞ্চলিকতাবাদ বনাম ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে৷ জয় হ’ব আঞ্চলিকতাবাদৰ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি লুৰীণে কয় তিনিজন গগৈ বাদে সকলো গগৈ আছে বুলি যিয়ে কৈছে তেওঁলোকৰ লগত কোনো গগৈ, শইকীয়া, কলিতা, ৰাভা বড়ো তিৱা কোনো নাই কেবল আছে বিদেশী৷

আনহাতে কেন্দ্ৰীয় বাজেটৰ সন্দৰ্ভত কয় যে এই বাজেটখনৰ জৰিয়তে তেওঁলোকৰ এটাই লক্ষ্য, ব্যক্তিগত খণ্ডক LIC ক গতাই দিব, এয়াৰ ইণ্ডিয়াক গতাই দিব৷

ইফালে চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে বহু টকা নিৰ্দ্ধাৰণ কৰিছে, সেয়া প্ৰয়োজনো আছে৷ যিহেতু ক’ভিডৰ পিছত ভাৰতীয় চিকিৎসাৰ ক্ষেত্ৰত বহু সামগ্ৰী, ভেকচিনৰ প্ৰয়োজন হৈছে৷ কিন্তু ভাৰতীয় ভাগিপৰা অৰ্থনৈতিক ভেটি কি দৰে সুদৃঢ় হ’ৱ সেয়া কিন্তু দেখা নাই৷ লুৰীণৰ মন্তব্য।

হিমন্ত বিশ্ব শৰ্মাই মিঞা ভোট BJP বিশ্ব শৰ্মাই নালাগে বুলি কোৱা মন্তব্য সন্দৰ্ভত লুৰীঁণৰ মন্তব্য যি সকলৰ মানুহৰ গণতান্ত্ৰিকতাৰ প্ৰতি শ্ৰদ্ধা নাই তেওঁলোকে এই কথা কয়৷

মিঞা মুছলমানসকল ভাৰতীয় নাগৰিক ন’হয় নেকি বুলিও তেঁও প্ৰশ্ন কৰে। ৩৫ শতাংশ মানুহ মিঞা মানে মুছলমানসকলক অপমান কৰিছে গতিকে ইয়াৰ উত্তৰ ৰাইজে দিব লাগে৷

এই কথাই ভাৰতীয় মুছলমানকে নহয় ভাৰতীয় সংবিধানকো চুড়ান্ত অপমান কৰিছে বুলি দাবী কৰে লুৰীণে।

আজি সমাৱেশখনত উপস্থিত থাকে দলটোৰ উপ সভাপতি অদীপ কুমাৰ ফুকন, মুখপাত্ৰ জীয়াউৰ ৰহমানসহ দলীয় নেতৃবৰ্গৰ লগতে জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিৰ কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd