• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে আহ্বান দিয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2019 11:41 am
ac597717-7353-44cd-8fc5-6cf5b80d7fca

শুকুৰবাৰে অসম বন্ধৰ সময়ত কোকৰাঝাৰত টায়াৰ জ্বলাই বন্ধ পালন কৰা দেখা গৈছে। ফটো : নৰ্থইষ্ট নাও

330
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে অসমৰ প্ৰকৃত জনজাতিসকলক সকলো প্ৰকাৰে নিঃশেষ কৰাৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ তুলি আজি জনজাতি যুটীয়া সংঘ (CCTOA)ৰ ১২ ঘন্টীয়া অসম বন্ধৰ ৰাজ্যখনত মিশ্ৰিত প্ৰভাৱ পৰিছে। কোকৰাঝাৰৰ লগতে নামনি অসমৰ জিলাকেইখনত বন্ধৰ প্ৰভাৱ পৰাৰ বিপৰীতে ৰাজ্যৰ আন অংশত বন্ধৰ প্ৰভাৱ সীমিত হোৱা দেখা গৈছে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত আহ্বান দিয়া অসম বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীত পৰিলক্ষিত হোৱা নাই। যান-বাহন চলাচলকে ধৰি দোকান-পোহাৰ আদি খোলা থকাৰ লগতে স্বাভাৱিক জীৱন যাত্ৰাও অব্যাহত আছে।

আনহাতে, বি টি এ ডিত অসম বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত বন্ধ সমৰ্থনকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।

ছয় জনগোষ্ঠীক জনজাতিকৰণ বাতিলৰ প্ৰতিবাদত জাগীৰোড উত্তাল হৈ পৰিছে। জাগীৰোডত ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা দেখা গৈছে। বন্ধ সমৰ্থনকাৰী প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত আৰু লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ডিমাচা ষ্টুডেণ্ট ইউনিয়ন, আডছুকে ধৰি সাতোটাকৈ ছাত্ৰ সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া ডিমা হাছাও বন্ধ সৰ্বাত্মক বুলি জানিব পৰা গৈছে।

জিলাখনৰ হাফলঙকে ধৰি মহকুমা সদৰ মাইবাং, দিয়ুংব্ৰা, উমৰাঙছু, লাংটিং, মাহুৰ, হাতিখালী, হাৰাংগাজাও আদি ঠাইসমূহত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd