• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাতিৰ স্বাৰ্থত নোৱাৰিলে, ভোটৰ স্বাৰ্থত বিজেপিয়ে মুখ বন্ধ কৰিলে শিলাদিত্য আৰু ৰাজেন গোহাঁইৰ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
December 4, 2018 10:51 pm
Rajen-Gohian_Shiladitya
1.9k
VIEWS
Share on FacebookShare on Twitter

সততে বিতৰ্কিত আৰু অসমীয়া-বিৰোধী, থলুৱা বিৰোধী মন্তব্য দি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেব আৰু ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ ছাউণ্ড আৰু পিকচাৰ দুয়োটাই হঠাতে নোহোৱা হ’ল।

অসমৰ ৰাইজে নিশ্চয় কথাটো মন কৰিছে যে যোৱা ৫ নৱেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰাৰ পিছৰে পৰা বিধায়ক শিলাদিত্যৰ সুৰ ক্ৰমে সৰু হৈ আহি একেবাৰে নোহোৱা হৈ গ’ল। একেই কথা ক’ব পাৰি ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ ক্ষেত্ৰতো। দুয়োজনৰ চেহেৰা পৰ্য্যন্ত অসমৰ মানুহে দেখিবলৈ নোপোৱা হ’ল যোৱা ভালেদিন ধৰি। দলটোৱে আনকি কিছু কিছু ঠাইত গোহাঁইৰ ফটো পৰ্য্যন্ত আঁতৰাই পেলাইছে নিৰ্বাচনী পোষ্টাৰ-বেনাৰৰ পৰা।

অথচ সৌ সিদিনালৈকে দুয়োজন নেতাৰ প্ৰায় প্ৰতিটো কথাই আছিল অতি সাম্প্ৰদায়িক ঘৃণাৰে ভৰা। অসমীয়া আৰু বাঙালীৰ শেহতীয়া সংঘাতক দুয়োজন নেতাৰ মন্তব্যই নতুন নতুন মাত্ৰা দি গৈছিল নিতৌ।

কিন্তু তাৰ পিছতো বিজেপি দল আৰু চৰকাৰখনে দুয়োজন নেতাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাছিল। সময়ত চৰকাৰ আৰু দল যদি দুয়োজন নেতাৰ বিৰুদ্ধে কঠোৰ হ’ল হেঁতেন বহুকেইটা অপ্ৰীতিকৰ আৰু সংঘাতৰ ঘটনা এৰাই চলিব পৰা গ’ল হেঁতেন। আনকি আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰৰ দৰে পৰিস্থিতিও হয়তো উদ্ভৱ নহ’ল হেঁতেন।

ইয়াৰ বিপৰীতে নেতা দুজনৰ সাম্প্ৰদায়িক মন্তব্য আৰু অসমীয়া বিৰোধী স্থিতিয়ে চৰকাৰখন আৰু দলটোক পঞ্চায়ত নিৰ্বাচনত ক্ষতি কৰাৰ সম্ভাৱনা যেতিয়াই দেখা দিলে তেতিয়াই দুয়োজনক চুপ ৰখাৰ ব্যৱস্থা কৰিলে। ফলত নেতা দুজন কেৱল সংবাদ মাধ্যমৰ পৰা দূৰত থকাই নহয়, লোকালয়তো দেখাদেখি নাই। যেন হঠাতে নিৰুদ্দেশ হৈহে গ’ল।

কিন্তু প্ৰশ্ন উঠিছে, দলৰ স্বাৰ্থত দুয়োজনকে নিয়ন্ত্ৰণ কৰিব পৰা চৰকাৰ আৰু দলটোৱে অসম, অসমীয়াৰ স্বাৰ্থত কিয় পৰা নাছিল? তেওঁলোকক ইচ্ছা কৰিয়েই এই উচটনিমূলক আৰু সাম্প্ৰদায়িক মন্তব্যবোৰ দিবলৈ খোলাহাত দিয়া হৈছিল নেকি?

Recent News

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

লক্ষ্য স্বচ্ছ নিৰ্বাচন! ৪৭৬টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

আঠ মিনিটৰ মসৃন অভিযান! বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ লুট কৰি নিলে ৩ অস্ত্ৰধাৰী যুৱকে

আঠ মিনিটৰ মসৃন অভিযান! বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ লুট কৰি নিলে ৩ অস্ত্ৰধাৰী যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd