• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত আকৌ দাগ! ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ যোৰহাট জিলাৰ যুৱ মৰ্চাৰ উপ-সভাপতি চন্দন বৰুৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2025 6:17 pm
111
VIEWS
Share on FacebookShare on Twitter

ধৰ্ষণৰ গোচৰৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। ধৰ্ষণৰ অভিযোগত অভিযুক্ত হোৱাৰে পৰা ধৰ্ষণকাৰীক ৰক্ষণা-বেক্ষণ দিয়ালৈকে সকলোতে বিজেপি নেতাই যেন  একছত্ৰী সম্ৰাট।

শেহতীয়াকৈ অসম আৰক্ষীয়ে ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে যোৰহাট জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপ-সভাপতি চন্দন বৰুৱাক।

গুৱাহাটীৰ এগৰাকী মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতাগৰাকীক।

বৃহস্পতিবাৰে নিউ গুৱাহাটীৰ পৰা লতাশিল আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ লতাশিল থানাত ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগ অনুসৰি বৰুৱাই মহিলাগৰাকীক ধৰ্ষণ কৰাই নহয় ব্লেকমেইলিং কৰাৰ লগতে ভাবুকিও দিয়ে। তদন্তৰ অন্তত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি পৰৱৰ্তী সময়ত নতুন গুৱাহাটী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছত বৰুৱাক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় তাৰপিছত তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত বিজেপিয়ে মুখ খোলা নাই।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

ভঙা বিয়া জোৰা লগোৱাৰ চেষ্টা চাইনা-কাশ্যপৰ; বিচ্ছেদ ঘোষণাৰ ১৯ দিনৰ ভিতৰতে মন সলনি

ভঙা বিয়া জোৰা লগোৱাৰ চেষ্টা চাইনা-কাশ্যপৰ; বিচ্ছেদ ঘোষণাৰ ১৯ দিনৰ ভিতৰতে মন সলনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd