• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছনি টিভিৰ চুপাৰ ষ্টাৰ চিংগাৰত উজলিছে ৮ বছৰীয়া অসম সন্তান হৰ্ষিত নাথ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 13, 2019 8:20 am
Harshit Nath

হৰ্ষিত নাথ

1.1k
VIEWS
Share on FacebookShare on Twitter

নিজৰ প্ৰতিভাৰ বলত পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে হৰ্ষিত নাথ নামৰ আন এগৰাকী অসম সন্তান।

শিৱসাগৰৰ ৮ বছৰীয়া হৰ্ষিতে ছনি টিভিৰ ৰিয়েলিটি শ্ব’ ‘চুপাৰ ষ্টাৰ চিংগাৰ’ত প্ৰথম দহটা স্থানত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে নিজৰ যাদুকৰী কন্ঠৰে দৰ্শক তথা বিচাৰকক অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা হৰ্ষিতে প্ৰতিটো খণ্ডতে সুন্দৰভাৱে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰিছে।

ছনি টিভিৰ সংগীত প্ৰতিযোগিতাখনত বৰ্তমান ভোটিং প্ৰক্ৰিয়া আৰম্ভ হৈছে।

এতিয়া অসমবাসীৰ প্ৰতিটো ভোটৰ জৰিয়তে হৰ্ষিত নাথে প্ৰতিযোগিতাখনত বিজয়ী হোৱাৰ পথত আগবাঢ়িবলৈ সক্ষম হ’ব।

সুদুৰ মুম্বাইৰ পৰা এটা ভিডিঅ’ৰ জৰিয়তে হৰ্ষিতে অসমবাসীক তেওঁক ভোট দিবৰ বাবে অনুৰোধ জনাইছে।

ইতিমধ্যে বিভিন্ন ছ’চিয়েল মিডিয়াত হৰ্ষিতে ভোট বিচাৰি কৰা অনুৰোধৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে, শিৱসাগৰৰ ধ্ৰুৱ নাথ আৰু চুজুকী নাথৰ পুত্ৰ হৰ্ষিত নাথে সৰুৰে পৰা গুৰু জয়ন্ত দত্ত আৰু অতনু বৰাৰ তত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰি আহিছে।

হৰ্ষিতক সংগীত প্ৰতিযোগিতাখনত বিজয়ী হবৰ বাবে Sonyliv app ডাউনলোড কৰি অথবা www.firstcry.com ৰ জৰিয়তে ভোটদান কৰিব পাৰিব । ভোটিং লাইন ১৫ চেপ্তেম্বৰ নিশা ৮ বজাৰ পৰা ১২ বজালৈ খোলা থাকিব।

Recent News

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd