• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“সেনা নমালেও মণিপুৰ সমস্যা সমাধান নহ’ব”-ৰাহুলৰ মন্তব্যৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2023 10:37 am
2k
VIEWS
Share on FacebookShare on Twitter

সেনাক দায়িত্ব দিলে দুদিনতে  শান্ত হৈ পৰিব মণিপুৰ। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৰিছিল এই দাবী। তাৰেই প্ৰত্যুত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় “মণিপুৰত সেনাবাহিনী নমালে কোনো লাভ নহ’ব। মণিপুৰৰ সমস্যাটো অন্তৰৰ পৰা সমাধান কৰিব লাগিব।”

সংসদত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উত্তৰৰ পিছতে ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে, “সেনাই দুদিনতে মণিপুৰ শান্ত কৰিব পাৰে। কিন্তু প্ৰধানমন্ত্ৰীয়ে মণিপুৰ জ্বলি থকাটো বিচাৰে। সেয়ে, আজি পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ।”

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ সমস্যা সমাধান কৰিব নিবিচাৰে। এই সমস্যাটোক তেওঁ জীয়াই ৰাখিব বিচাৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘ভাৰতীয় সেনাবাহিনীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে বিচাৰে মণিপুৰ জ্বলি থাকক। সেয়ে, আজি পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ।”

ৰাহুলৰ অভিযোগৰ প্ৰতিক্ৰিয়াত অসমৰ মুখ্যমন্ত্ৰী তথা উত্তৰ-পূব ভাৰতত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কয় যে মণিপুৰৰ সমস্যাৰ মূলতে গোষ্ঠী সংঘৰ্ষ। তাত সেনাৰ কৰিবলগীয়া একো নাই। গুলী নহয়, সমস্যাৰ সমাধান অন্তৰৰ পৰা বিচাৰি উলিয়াব লাগিব।” অৰ্থাৎ কংগ্ৰেছ নেতাৰ ‘প্ৰেমৰ দোকান’ৰ কথাৰ সুৰেই হিমন্তৰ মুখত শুনা গ’ল।

ৰাহুলক হিমন্তৰ প্ৰশ্ন, “সেনাবাহিনী নমাই সাধাৰণ মানুহক গুলীওৱাটোৱে আপোনাৰ মণিপুৰৰ বাবে প্ৰেছক্ৰিপচন নেকি?”

মণিপুৰৰ দীৰ্ঘদিনীয়া হিংসাত্মক পৰিস্থিতিৰ পিছত কিয় মোডী ৰাজ্যলৈ যোৱা নাছিল? ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল।

প্ৰত্যুত্তৰত হিমন্তই কয়, “ইমান দিনে তেওঁলোকে কৈ আছিল যে প্ৰধানমন্ত্ৰীয়ে সংসদলৈ আহি বক্তব্য দিব লাগে।” প্ৰধানমন্ত্ৰীয়ে বিবৃতি দিয়াৰ পিছত এতিয়া আন কথা কৈছে। এই সকলোবোৰেই ৰাজনীতিৰ খেল।”

Recent News

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd