• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাওত পোষণ মাহৰ সজাগতা সমদল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
September 25, 2019 7:33 am
DC-Amitabh-Rajkhowa-flag-off-the-rally.-720x375

জিলাখনৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই মুকলি কৰে পোষণ সজাগতা ৰেলি।

2.4k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীৰ অংশৰূপে মঙলবাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য সচিব আৰু ডিমা হাচাও জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই জিলাখনত পোষণ মাহৰ এটা সজাগতামূলক সমদল মুকলি কৰে।

বৃহত সংখ্যক অগনৱাড়ী কৰ্মী, সহায়িকা, তত্ত্বাৱধায়ক, চি ডি পি অ’ আৰু সমাজ কল্যাণ বিভাগৰ আন আন বিষয়াসকলে ইয়াত অংশগ্ৰহণ কৰে।

সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত সচিব টি টি ডাওলাগুপু, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ড০ দীপালী বৰ্মন, সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক নিৰ্মেন্দু কেম্প্ৰাই, জনসংযোগ বিষয়া পূৰবী ফোংলো আৰু আন আন বিষয়াসকলো উপস্থিত থাকে।

সমদলটোৰ শেষত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মীক লৈ হাফলং জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়।

কাৰ্য্যসূচীটোৰ উদ্দেশ্য আৰু গুৰুত্ব ব্যাখ্যা কৰি জিলাখনত স্বচ্চ ভাৰতৰ প্ৰেৰক সোণজিত চাকমাই ইয়াৰ জৰিয়তে শিশু, কিশোৰ আৰু গৰ্ভৱতী মহিলা আৰু স্তন্যপান কৰি থকা কেঁচুৱা থকা মহিলাৰ পুষ্টিহীনতা দূৰ কৰাৰ নিৰ্ধাৰিত লক্ষ্য লোৱা হৈছে বুলি কয়। কাৰ্য্যসূচীটো ৰূপায়ণৰ বাবে বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰা হ’ব বুলি বিষয়াগৰাকীয়ে জনায়।

উপায়ুক্ত অমিতাভ ৰাজখোৱাইও এই বিষয়ত বিভিন্ন খাদ্যৰ পৰামৰ্শসহ বক্তব্য ৰাখে।

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd