• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ববী শৰ্মা বৰুৱাৰ ‘মিচিং’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2018 10:46 am
Mishing (The Apparition)
269
VIEWS
Share on FacebookShare on Twitter

অসমৰ চলচ্চিত্ৰ পৰিচালিকা ববী শৰ্মা বৰুৱা পৰিচালিত অৰুণাচলৰ চেৰদুকপেন ভাষাত নিৰ্মাণ কৰা ‘মিচিং’(দ্য এপাৰেশ্যন) নামৰ ছবিখন বৰ্তমান কলকাতাত চলি থকা কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ভাষাৰ চলচ্চিত্ৰৰ প্ৰতিযোগিতা শিতানত নিৰ্বাচিত হৈছে।

ইয়াৰ অংশ হিচাপে কলকাতাৰ নন্দন-টু প্ৰেক্ষাগৃহত আজি সন্ধিয়া ৫:১৫ বজাত চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ’ব। চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ সময়ত পৰিচালিকা ববী শৰ্মা বৰুৱা তাত উপস্থিত থাকিব।

উল্লেখযোগ্য যে যোৱা ১০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ২৪সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ১৭ নৱেম্বৰত সামৰণি পৰিব।

সাহিত্য অকাডেমি বঁটাৰে সন্মানিত য়েছে দৰজে ঠংচিৰ ‘মিচিং’ নামৰ উপন্যাসখনৰ আধাৰত ববী শৰ্মা বৰুৱাই নিৰ্মাণ কৰা ‘মিচিং’(দ্য এপাৰেশ্যন)ৰ প্ৰযোজনা কৰিছে তেওঁৰে জীয়ৰী সুলক্ষণা বৰুৱাই।

কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ উপৰি অহা ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাতো ববী শৰ্মা বৰুৱাৰ ‘মিচিং’(দ্য এপাৰেশ্যন) নিৰ্বাচিত হৈছে।

Recent News

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd