• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাইৰোবিত কৰ’না আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অসমীয়া উদ্যোগী কুলদা কলিতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 11:28 am
107592807_3558679044165514_3820644523166148031_o

কৰ'না আক্ৰান্ত হৈ নাইৰোবিত মৃত্যুক সাৱটি লোৱা অসমীয়া উদ্যোগী কুলদা কলিতা। ফটো: টুইটাৰ

2.3k
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসা চলি থকাৰ মাজতে অসম সন্তান কুলদা কলিতাই সুদুৰ কেনিয়াৰ নাইৰোবিত মৃতুক সাৱটিব লগা হ’ল।

যোৱা ২৩ জুনৰ পৰা শাৰীৰিক অসুস্থতাত ভোগা কলিতাক যোৱা ২৫ জুনৰ দিনা শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

হাস্পাতলত চিকিৎসকে তেওঁৰ কৰ’না হোৱা বুলি নিশ্চিত কৰে।

পাছত তেওঁক আই চি য়্যুৰ ভেন্টিলেটৰত ৰখা হয় যদিও ভাৰতীয় সময়মতে ৯ জুলাইৰ এক বজাত ৫৪ বছৰ বয়সত কুলদা কলিতাৰ দেহাবসান ঘটে।

অত্যন্ত অমায়িক আৰু কষ্টসহিষ্ণু দুধনৈ নিবাসী কুলদা কলিতাই গুজৰাটৰ পৰা অভিযান্ত্ৰিক বিষয়ত উচ্চ শিক্ষা লৈ ১৯৯৩ চনৰ পৰাই কৰ্মসুত্ৰে নাইৰোবিত বাস কৰি আছিল।

১৯৯৮ চনত এষ্ট্ৰন কম্পিউটাৰ লিমিটেড নামৰ কোম্পানী এটা খুলি নিজৰ কৰ্মদক্ষতাৰে প্ৰবাসতো বহুজনক সংস্থাপন দিছিল।

এজন সফল এণ্টাৰপ্ৰিনিওৰ হ’বলৈ প্ৰয়োজনীয় সকলো গুণৰ অধিকাৰী আছিল উদ্যোগী কুলদা কলিতা।

মৃত্যুৰ সময়ত কুলদাই তেওঁৰ পত্নী গীতু কলিতাক এৰি থৈ গৈছে।

জানিব পৰা মতে, কুলদাৰ পত্নী আৰু প্ৰতিষ্ঠানটোৰ অন্যান্য সকলৰ কোভিড-১৯ নিগেটিভ পোৱা গৈছে।

ইপিনে, আন্তঃৰাষ্ট্ৰীয উৰণৰ ক্ষেত্ৰত থকা বাধাৰ বাবে এক অনিশ্চয়তাৰ মাজত পৰিয়ালৰ লগতে আত্মীয় স্বজন আৰু বন্ধু মহল যথেষ্ট উদ্বিগ্ন হৈ পৰিছে।

Tags: COVID-19

Recent News

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd