• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩ বছৰীয়া শিশুক বলি দিবলৈ উন্মাদ হোৱা পুলকেশ চহৰীয়াৰ গুৱাহাটী চিকিৎসালয়ত মৃত্যু

আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল পুলকেশ চহৰীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2019 12:38 pm
5.2k
VIEWS
Share on FacebookShare on Twitter

অন্ধ বিশ্বাসৰ কৱলত পৰি নিজৰ ঘৰৰ মন্দিৰতে উলংগ হৈ পূজা-অৰ্চনা কৰি নিজৰে খুলশালীয়েকৰ তিনিবছৰীয়া কন্যা সন্তানক বলি দিবলৈ উদ্যত হোৱা পৰিয়ালটোৰ সদস্য পুলকেশ চহৰীয়াই আজি পুৱা গুৱাহাটি চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয়।

আনহাতে ভণ্ড বাবাৰ প্ৰৰোচনাত পৰি উন্মাদ হোৱা পৰিয়ালটোৰ মূল সদস্য যাদৱ চন্দ্ৰ চহৰীয়া বৰ্তমানো গুৱাহাটী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক http://মানৱ সভ্যতাক লজ্জানত কৰি মন্দিৰৰ ভিতৰত উলংগ হৈ ৩ বছৰীয়া শিশুক বলি দিয়াৰ চেষ্টা পৰিয়ালৰ

উল্লেখযোগ্য যে কালি অৰ্থাৎ শনিবাৰে পৰিয়ালটোৱে এজন ভণ্ড বাবাৰ প্ৰৰোচনাত পৰি নিজৰ ঘৰৰ মন্দিৰতে উলংগ হৈ পূজা-অৰ্চনা কৰি এটি তিনিবছৰীয়া শিশুক বলি দিয়াৰ বাবে যোজা চলাইছিল।

কিন্তু সেই সময়তে স্থানীয় ৰাইজ, আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে শিশুটিক বিল দিয়া কাৰ্যত বাধা প্ৰদান কৰে। বাধা প্ৰদান কৰিবলৈ যাওঁতে শিশু বলি দিবলৈ উন্মাদ হৈ থকা পৰিয়ালটোৱে স্থানীয় ৰাইজ, সাংবাদিক, আৰক্ষীক দা-কুঠাৰ লৈ আক্ৰমণ কৰিবলৈ আহে। আনকি নিজৰ ঘৰৰ সামগ্ৰী নিজেই জ্বলাই ভস্মীভূত কৰে।

ফলত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলী চালনা কৰিবলৈ বাধ্য হয়। এই গুলী চালনাত পৰিয়ালটোৰ মূল সদস্য যাদৱ চন্দ্ৰ চহৰীয়া আৰু পুতেক পুলকেশ চহৰীয়াৰ ভৰিত গুলী লাগিছিল। পিছত গুলীবিদ্ধ লোককেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

অৱশেত আজি পুৱা ভণ্ড বাবাৰ প্ৰৰোচনাত পৰি বলি দিবলৈ উন্মাদ হোৱা পলুকেশ চহৰীয়াই মৃত্যুক আঁকোৱালি লয়।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd