• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোঁৰাত উঠি কৰিছে কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2019 8:41 am
Himanta-1140x570

ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটী ৰাইডিং এণ্ড পল’ ক্লাৱ উদ্বোধন কৰে আৰু (সাঁফালে) ঘোঁৰাত আৰোহন কৰা দৃশ্য। ফটো : য়ু বি

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বিত্ত মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটী ৰাইডিং এণ্ড পল’ ক্লাৱ উদ্বোধন কৰাৰ পাছত ঘোঁৰাত উঠাৰ আনন্দ উপভোগ কৰে।

গুৱাহাটী ৰাইডিং এণ্ড পল’ ক্লাৱ উদ্বোধনী অনুষ্ঠানটো গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা হৈছিল।

হিমন্ত বিশ্ব শৰ্মাৰ শিশুকালত হাতীত উঠাৰ অভিজ্ঞতা আছে, যেতিয়া তেওঁ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ‘ককাদেউতা, নাতি আৰু হাতী’ত এগৰাকী শিশু অভিনেতা হিচাপে অভিনয় কৰিছিল। মন্ত্ৰী গৰাকীয়ে তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে যে তেওঁ সদায় পল’ খেলুৱৈসকল আৰু তেওঁলোকে উঠা ঘোঁৰাবোৰৰ দৃঢ়তা তথা সন্তুলনৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰি আহিছে।

ক্ৰীড়াৰ বৰ্দ্ধিত জনপ্ৰিয়তাত সুখী হোৱাৰ কথা উল্লেখ কৰি ৰাজ্যখনৰ বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী ৰাইডিং এণ্ড পল’ ক্লাৱৰ উদ্বোধনে ‘’অসমৰ উজ্জ্বল ক্ৰীড়া সংস্কৃতি’’ত এটা নতুন সংযোজন হ’ব।

মন্ত্ৰী শৰ্মাই টুইট কৰিছে : ‘’মই সদায় পল’ খেলুৱৈসকল আৰু তেওঁলোকে উঠা ঘোঁৰাবোৰৰ দৃঢ়তা তথা সন্তুলনৰ প্ৰতি এক আকৃষ্ট হৈ আহিছো।‘’

‘’আটাইতকৈ পুৰণি অশ্বক্ৰীড়া জনপ্ৰিয় হোৱাত আনন্দিত হৈছো। আজি মই  গুৱাহাটী ৰাইডিং এণ্ড পল’ ক্লাৱ উদ্বোধন কৰিলো। মই নিশ্চিত ই  অসমৰ উজ্জ্বল ক্ৰীড়া সংস্কৃতিত এটা নতুন সংযোজন হ’ব,’’-তেওঁ লগতে কয়।

I've always been in awe of the tenacity and balance of Polo players, and the horses they ride.

Glad that this oldest equestrian sport is growing in popularity. Today I inaugurated Guwahati Riding & Polo Club. I am certain it shall add to Assam's dazzling sporting culture. pic.twitter.com/bpUlu7xOqS

— Himanta Biswa Sarma (@himantabiswa) June 30, 2019

 

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd