• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদী প্ৰতিশ্ৰুতি: বানবিধ্বস্ত অসমক দিয়া হ’ব সকলো কেন্দ্ৰীয় সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 7:41 pm
Assam floods: PM Modi assures all possible assistance from centre

অসমৰ বিজেপি সাংসদৰ স্মাৰক পত্ৰ গ্ৰহণৰ অৱস্থাত প্ৰধান মন্ত্ৰী মোদী। ছবি- নৰ্থ ইষ্ট নাও।

381
VIEWS
Share on FacebookShare on Twitter

বানবিধ্বস্ত অসমক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিব কেন্দ্ৰই। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দিছে এই আশ্বাস।

এই সংক্ৰান্তত প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱা অসমৰ বিজেপি সাংসদৰ দল এটাক নৰেন্দ্ৰ মোদীয়ে এই আশ্বাস প্ৰদান কৰিছে।

প্ৰধান মন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰত প্ৰতিনিধি দলটোৱে অসমৰ বানাক্ৰান্ত অঞ্চলৰ বাবে সুকীয়া বিশেষ কেন্দ্ৰীয় সাহায্য দিয়াৰ বাবেও আবেদন জনাইছে।

“কাৰ্য্যকৰী বান ব্যৱস্থাপনা আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে বান নিয়ন্ত্ৰণ আৰু সীমান্ত অঞ্চল উন্নয়ন আঁচনিৰ অধীনত অতিৰিক্ত পুঁজি যোগানৰ কাৰণেও আমি আপোনাক আহ্বান জনাইছো,” অসমৰ বিজেপি সাংসদৰ স্মাৰক পত্ৰত উল্লেখ।

চলিত বানত সমগ্ৰ অসমেই ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধান মন্ত্ৰীৰ ধ্বজাবাহী প্ৰকল্পসমূহৰ অধীনত বিশেষ পেকেজৰ বাবেও তেওঁলোকে মোদীক গোহাৰি জনাইছে।

“প্ৰতি বছৰে এই ক্ষতি সংঘটিত হয় আৰু ই গোটেই অসম ৰাজ্যখনতে প্ৰভাৱ পেলায় আৰু ই ৰাজ্যবাসীৰ বাবে এক দুঃস্বপ্নসদৃশ হৈ পৰিছে,” স্মাৰক পত্ৰত উল্লেখ।

প্ৰতিনিধি দলটোৱে জনাই যে প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ স্মাৰক পত্ৰ গ্ৰহণৰ লগতে সকলো কথা মনোযোগেৰে শুনিছে।

“প্ৰধান মন্ত্ৰীয়ে আমাৰ কথা অত্যন্ত মনোযোগেৰে শুনিছে আৰু সম্ভৱপৰ সকলো পদক্ষেপ লোৱাৰ আশ্বাস দিছে,” মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই নৰ্থ ইষ্ট নাওক জনায়।

প্ৰতিনিধি দলটোত অসমৰ বিজেপি সাংসদকেইগৰাকীৰ লগতে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাও আছিল।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd