• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ গান্ধীৰ নাম আঁতৰিল: নৱ নিৰ্মিত তোৰণত ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল নামেৰে নামকৰণ

চাজিদ খান by চাজিদ খান
December 23, 2018 10:12 pm
Forest-Minister-750x375

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নৱ নিৰ্মিত তোৰণ উদ্বোধন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আজি নতুন নামকৰণ কৰা হ’ল। ৰাষ্ট্ৰীয় উদ্যানখনৰ তোৰণত নামকৰণ কৰা হ’ল ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল নামেৰে। ৰাজ্য় চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ নৱ নিৰ্মিত বিশাল তোৰণখন উদ্বোধন কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম নতুন তোৰণৰ পৰা আঁতৰিল। আজি তোৰণ মুকলি অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে উপস্থিত থাকে প্ৰধান মুখ্য বন সংৰক্ষক শশীকান্ত শ্ৰী বাস্তৱ , প্ৰধান মুখ্য বন সংৰক্ষক (বন্য প্ৰাণী) দেৱ প্ৰকাশ বাংৱাল,দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন তথ্য অন্যান্য বিষয়ববীয়া সকল।

ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তোৰণ মুকলি কৰি আজি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে বন কৰ্মীসকলক প্ৰদান কৰা অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ৰাজ্যখনৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যান তথা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীসকলকো প্ৰদান কৰা হ’ব।

তেওঁ লগতে জনায় যে চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ চাকৰি নিয়মীয়া কৰাৰ বাবে ব্যৱস্থাপনা গ্ৰহণ কৰিছে।

ভাষণ প্ৰসংগত শুক্লবৈদ্যই ১৯৯৯ চনতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা উদ্যানখনৰ বাবে একো নকৰাৰ অভিযোগ তুলি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰে।

‘’কংগ্ৰেছ চৰকাৰে ইয়াৰ বিগত ১৫ বছৰীয়া কাৰ্যকালত উদ্যানখনৰ বাবে একো নকৰিলে। ইয়াৰ বাবে বহুত কাম কৰিবলগীয়া আছে আৰু আমি (বিজেপি চৰকাৰে) উদ্যানখনৰ উন্নয়নৰ বাবে কাম কৰি আছো,’’-শুক্লবৈদ্যই কয়।

উল্লেখযোগ্য যে পূৰ্বতে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে জনাজাত ৰাজ্যখনৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনক ২০১৬ চনৰ ২৪ ফেব্ৰুৱাৰিত এখন ব্যাঘ্ৰ বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd