• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা অসমত আৰু শিথিল হ’ব আনলক ৩.০: গুৱাহাটীত চলিব চিটিবাছ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 7:51 am
guwa-750x375
378
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ৰ বাবে চলি থকা আনলক-৩.০ৰ নিৰ্দেশনা অসম চৰকাৰে সোমবাৰৰ পৰা আৰু কিছু শিথিল কৰি দিছে।

অৱশ্যে, সপ্তাহৰ অন্তিম দুদিন শনিবাৰ আৰু দেওবাৰে লকডাউন অব্যাহত আছে।

আনহাতে, নিশাৰ কাৰ্ফিউৰ সময় নিশা ৯বজাৰ পৰা পুৱা ৫বজালৈ থাকিব।

সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ পথৰ দুয়ো ফালে দোকান খুলিব পাৰিব।

সোমবাৰৰ পৰা শুকুৰবাৰলৈ বাহনত ৫০ শতাংশ যাত্ৰীৰে  আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব।

সেইদৰে কোভিড প্ৰট’কল মানি ৫০ শতাংশ যাত্ৰীৰে আজিৰ পৰা গুৱাহাটীত চিটি বাছ চলাচল কৰিব।

কোভিড প্ৰট’কল মানি ৫০ শতাংশ যাত্ৰীৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থাও আৰম্ভ হ’ব।

ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা, ধঁপাত সেৱন দণ্ডনীয় হ’ব।

সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, শৈক্ষিক, ধৰ্মীয় আদি অনুষ্ঠানত ৫০ জনত কৈ বেছি লোক উপস্থিত থাকিব নোৱাৰিব।

সেইদৰে চিনেমা হল,পাৰ্ক,ৰাজহুৱা প্ৰেক্ষাগৃহ,ছুইমিং পুল, বাৰ আদি বন্ধ থাকিব।

কণ্টেইনমেণ্ট জ’নত সকলো ধৰণৰ কাৰ্যাৱলী বন্ধ থাকিব আৰু ইয়াত কোনেও প্ৰৱেশ অথবা ইয়াৰ পৰা প্ৰস্থান কৰিব নোৱাৰিব।

আনহাতে, মাস্ক পৰিধান নকৰা সকলক ১০০০ টকাৰ জৰিমনা বিহা হ’ব বুলিও চৰকাৰে ঘোষণা কৰিছে।

 

Recent News

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd