• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত সদয়! ভ্ৰাম্যমান থিয়েটাৰলৈ অসম চৰকাৰৰ বিশেষ সাহায্য

by
October 12, 2021 7:53 am
Mobile Theatre
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-কুশলীলৈ সাময়িক সকাহ। ক’ভিদ ১৯ ৰ বাবে সুদীৰ্ঘ ২ বছৰ ধৰি বন্ধ হৈ থকা ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগৰ প্ৰতি অৱশেষত সদয় হৈছে অসম চৰকাৰ।

ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দিশলৈ লক্ষ্য ৰাখি চৰকাৰে ১৭খন ভ্ৰাম্যমান থিয়েটাৰক ১০ লাখ টকাকৈ সাহায্য বিতৰণ কৰে। ইয়াৰোপৰি থিয়েটাৰৰ ৯৭৪ গৰাকী কলা-কুশলীক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে।

 

Mobile theatre plays a pivotal role in enriching cultural mosaic of Assam. It also helps in facilitating growth of our socio-cultural, educational & other institutions.

Distributed assistance of Rs 10 Lakh to 17 Mobile Theatre groups to help them tackle fin hardship due to COVID pic.twitter.com/vIuMpFgRXT

— Himanta Biswa Sarma (@himantabiswa) October 11, 2021

ক’ভিদৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা উদ্যোগটোৰ কলা-কুশলীসকলে এই সময়ছোৱাত সংকটৰ সন্মুখীন হৈছিল। কালি অসম চৰকাৰে প্ৰদান কৰা সাহাৰ্য্যৰ ফলত সাময়িক সকাহ লাভ কৰিছে এইসকল কৰ্মীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সাহায্য প্ৰদান কৰে।

Stay Connected

  • 117k Fans

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd