• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৩ এপ্ৰিললৈকে গুৱাহাটীৰ পে’ট্ৰল পাম্পত নগদ ধনৰ বিনিময়ত নাপাব পে’ট্ৰল বা ডিজেল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2019 9:36 am
Guwahati petrol pump: Buyers to get fuel for cash
1.3k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ পে’ট্ৰল পাম্পসমূহত আজিৰে পৰা নগদ ধনৰে গ্ৰাহকে ক্ৰয় কৰিব নোৱাৰিব পে’ট্ৰল অথবা ডিজেল। কেৱল এ টি এম কাৰ্ডেৰেহে ডিজেল বা পে’ট্ৰল ক্ৰয় কৰিব পাৰিব। যিহেতু নগদ ধনৰ বিনিময়ত গ্ৰাহকক ইন্ধন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পে’ট্ৰল পাম্পৰ মালিক এছ’চিয়েশ্যনে।

লোকসভা নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত নগদ ধনৰ বিনিময়ত ইন্ধন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচন উপলক্ষে নগদ ধন সৰবৰাহৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ বাবে পে’ট্ৰল পাম্পৰ মালিক এছ’চিয়েশ্যনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে বুধবাৰে অৰ্থাৎ ১৭ এপ্ৰিলত  আৰক্ষী আৰু ফ্লাইং স্কুৱাডৰ দলে নুনমাটিৰ চূণচালিত অমৃত চন্দ্ৰ ডেকা নামৰ এজন লোকৰ পৰা ২৫.১১ লাখ টকা জব্দ কৰিছিল।

মন কৰিবলগীয়া যে আৰক্ষীয়ে জব্দ কৰা এই ধনখিনি আছিল বাইহাটা চাৰিআলিৰ এটা পে’ট্ৰল ডিপোৰ। ৰঙালী বিহুৰ বাবে বেংক বন্ধ থকাত বুধবাৰে বেংকত ধন জমা দিবলৈ আহোতে আৰক্ষীয়ে টকাখিনি জব্দ কৰে।

এই ঘটনাৰ পিছতে জিলা এছ’চিয়েশ্যনে নগদ ধনৰ বিনিময়ত ২৩ এপ্ৰিল পৰ্যন্ত পে’ট্ৰল বা ডিজেল গ্ৰাহকক যোগান নধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেৱল এ টি এম কাৰ্ডৰ বিনিময়তহে ইন্ধন যোগান ধৰিব বুলি এছ’চিয়েশ্যনে জানিবলৈ দিয়ে।

Recent News

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd