• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড সচেতনতা সৃষ্টিৰ প্ৰয়াস: স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে ‘বিয়ণ্ড কোভিড—নিউ নৰ্মেল ফৰ আৰবান পপুলেছন’ 

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2021 6:14 pm
docu
214
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ সংহাৰী ৰূপ প্ৰত্যক্ষ কৰাৰ পিছতো আজিও চহৰ-নগৰৰ বহু লোক সচেতন হোৱা নাই।

সেইবাবেই চহৰবাসীক কোভিড সম্পৰ্কে অডিঅ’-ভিজুৱেলৰ মাধ্যমেৰে সজাগ কৰাৰ উদ্দেশ্যে আজি অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাবে মুকলি কৰে ‘বিয়ণ্ড কোভিড—নিউ নৰ্মেল ফৰ আৰবান পপুলেছন’ শীৰ্ষক এক মাল্টিমিডিয়া ডকুমেণ্ট।

ডঃ মনামিকা ৰায় মেম’ৰিয়েল ট্ৰাষ্টে দীৰ্ঘদিনীয়া গৱেষণা তথা পৰ্যবেক্ষণৰ অন্তত প্ৰস্তুত কৰা এই ৩০ পৃষ্ঠাৰ মাল্টিমিডিয়া ডকুমেণ্টত চহৰাঞ্চলৰ লোকে কোভিড পৰিস্থিতিত কৰি অহা কেতবোৰ আচৰণৰ কথা কাৰ্টুনৰ মাধ্যমেৰে দাঙি ধৰা হৈছে।

একাংশ লোকৰ কেতবোৰ অবিবেচক কাৰ্যই কিদৰে নিজৰ লগতে আনৰ বাবেও বিপদ কঢ়িয়াই আনিব পাৰে সেয়া মাল্টিমিডিয়া ডকুমেণ্টত সুন্দৰ ভাবে ফুটাই তোলা হৈছে।

ইয়াৰ বাবে মাল্টিমিডিয়া ডকুমেণ্টত কোভিডৰ ক্ষেত্ৰত মহানাগৰিকে কৰি অহা বিপজ্জনক আচৰণসমূহক ‘Covidiot’ বুলি কোৱা হৈছে। একেদৰে কোভিড পৰিস্থিতিত মানুহে কৰা বিবেচক আচৰণক ‘Covideal’ বুলি কোৱা হৈছে।

এই মাল্টিমিডিয়া ডকুমেণ্ট প্ৰস্তুত কৰোতে গুৱাহাটী মহানগৰীৰৰ বিভিন্ন প্ৰান্তৰ বহু লোকৰ আচৰণ সম্পৰ্কীয় অধ্যয়ন চলোৱা হৈছিল।

‘বিয়ণ্ড কোভিড—নিউ নৰ্মেল ফৰ আৰবান পপুলেছন’ শীৰ্ষক এক মাল্টিমিডিয়া ডকুমেণ্ট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইউনিচেফ, অসমৰ লগতে অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়েও সহযোগিতা আগবঢ়াইছে।

‘বিয়ণ্ড কোভিড—নিউ নৰ্মেল ফৰ আৰবান পপুলেছন’ শীৰ্ষক এক মাল্টিমিডিয়া ডকুমেণ্টে জনসাধাৰণৰ মাজত কোভিড সচেতনতা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

Recent News

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd