• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জি আই পি এছ চৌহদত স্থাপন হ’ল প্ৰথমখন জেনেৰিক ফাৰ্মাচি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2019 2:52 pm
GIPS-750x375

ফটো : নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ আজাৰাস্থিত প্ৰসিদ্ধ ফাৰ্মাচিয়ুটিকেল শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিয়ুটিকেল চায়েন্স (জি আই পি এছ)ত এটা প্ৰধান মন্ত্ৰী ভাৰতীয় জনৌষধি পৰিয়োজনা কেন্দ্ৰ স্থাপন কৰা হ’ল। ইয়াৰ লগে লগে পি চি আই অনুমোদিত প্ৰথমখন একাডেমিক ইনষ্টিটিউট হিচাপে পৰিগণিত হ’ল জি আই পি এছ।

এই উদ্যোগ গ্ৰহণ কৰা বাবে মনছুখ লাল মন্ডভিয়াই শিক্ষা প্ৰতিষ্ঠানখনক প্ৰশংসা কৰাৰ লগতে প্ৰশংসাসূচক এটি স্মাৰক চিহ্নও প্ৰদান কৰে।

অলপতে গুৱাহাটীৰ পামহিত অনুষ্ঠিত হৈ যোৱা প্ৰধান মন্ত্ৰী ভাৰতীয় জনৌষধি পৰিয়োজনা(পি এম বি জে পি কে)ৰ অধীনত ৰিজ’নেল ৱে’ৰহাউচ মুকলি অনুষ্ঠানতে প্ৰশংসাসূচক স্মাৰক চিহ্নটো প্ৰদান কৰা হয়।

অতি কম দামতে যাতে গুণগত মান সম্পন্ন ঔষধ ৰাইজৰ মাজত যোগান ধৰিব পৰা যায় সেই উদ্দেশ্যেই ডিপাৰ্টমেণ্ট অব ফাৰ্মাচিয়ুটিকেলে উক্ত অভিযান আৰম্ভ কৰিছে।

পি এম বি জে পি কে আঁচনিৰ অধীনত নিৰ্মিত আউটলেটসমূহে অতি কম দামতে জেনেৰিক ঔষধ বিক্ৰী কৰিব।

উল্লেখ্য যে ২০০৭ চনতে স্থাপন হোৱা জি আই পি এছ হ’ল অসমৰ প্ৰথমখন বেচৰকাৰী ফাৰ্মাচী শিক্ষানুষ্ঠান।

Recent News

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd