• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2025 9:54 am
123
VIEWS
Share on FacebookShare on Twitter

 শেহতীয়া কেবিনেট বৈঠকৰ খবৰ প্ৰচাৰৰ বাবে AI-চালিত ভাৰ্চুৱেল নিউজ এংকৰ অংকিতাক চিনাকি কৰাই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক্সত প্ৰকাশিত এটা ভিডিঅ’ত অংকিতাই সাৱলীল অসমীয়া ভাষাত ডিব্ৰুগড় বিমানবন্দৰৰ নাম ভূপেন হাজৰিকাৰ নামেৰে সলনি কৰা আৰু চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এককালীন অনুদান প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰা দেখা গৈছে। জনসংযোগৰ ক্ষেত্ৰত AIৰ ব্যৱহাৰ অসম চৰকাৰৰ প্ৰথম প্ৰয়াস হিচাপে মুখ্যমন্ত্ৰীয়ে এই অভিনৱ পদক্ষেপৰ বাবে উৎসাহ প্ৰকাশ কৰি ইয়াক প্ৰযুক্তিৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ এক নতুন পথ বুলি অভিহিত কৰে।

জীৱন্ত ৰূপ আৰু স্পষ্ট কণ্ঠৰে সজ্জিত অংকিতাই তেওঁৰ পেছাদাৰী উপস্থাপনৰ দ্বাৰা বহুতকে মুগ্ধ কৰিছে। অসমীয়া ভাষাত খবৰ পৰিৱেশনে কেবিনেটৰ আপডেটসমূহ স্থানীয় লোকৰ বাবে সহজলভ্য কৰি তুলিছে। এই ভিডিঅ’ই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা পিছতে  মিশ্ৰ প্ৰতিক্ৰিয়াৰ দেখিবলৈ পোৱগৈছে। একাংশ লোকে AIৰ দক্ষতা আৰু আধুনিক পদ্ধতিৰ প্ৰশংসা  কৰাৰ পৰিৱৰ্তে আন একাংশ নিউজ এংকৰ আৰু সাংবাদিকৰ চাকৰি হেৰুৱাৰ আশংকা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এখন স্থানীয় বিদ্যালয়ত আইৰিছ নামৰ এজন AI শিক্ষকৰ পৰিচয় দিছিল, যিয়ে প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰতি চাৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। অংকিতাৰ মুকলি এটা সাহসী পদক্ষেপ হ’লেও, ই উদ্ভাৱন আৰু চাকৰিৰ সুযোগৰ মাজত ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি কৰিছে।

Recent News

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd