• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিনিয়োগ কেলেংকাৰি: `বহুতকে নচুৱাই’ অন্তৰ্ধান হোৱা নৃত্য পৰিচালিকা চুমি বৰাক ‘মষ্ট ৱাণ্টেড’ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2024 8:53 am
চুমি বৰা আৰু আন তিনিজনক আৰক্ষীৰ “মষ্ট ৱাণ্টেড” ঘোষণা।

চুমি বৰা আৰু আন তিনিজনক আৰক্ষীৰ “মষ্ট ৱাণ্টেড” ঘোষণা।

402
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় আৰক্ষীয়ে অসমত ষ্টক মাৰ্কেট বিনিয়োগ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চুমি বৰা, তেওঁৰ স্বামী তাৰ্কিক বৰা আৰু আন দুজন তেওঁৰ ভাতৃ আৰু বৌৱেয়ক “মষ্ট ৱাণ্টেড”হিচাপে জাননী জাৰি কৰিছে।

২২০০ কোটি টকাৰ অনলাইন ট্ৰেডিং কেলেংকাৰীত তেওঁলোক জড়িত থকাৰ অভিযোগৰ তদন্ত অব্যাহত থকাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে সাংবাদিকৰ আগত কয় যে জাননী প্ৰদান কৰাৰ পিছতো ব্যক্তিকেইজনে কৰ্তৃপক্ষৰ সন্মুখত হাজিৰ হোৱাত ব্যৰ্থ হয়।

লগতে পঢ়কঃ পুৱা উঠিয়েই কৰক এই পাঁচটা কাম, শীঘ্ৰে কমিব অতিৰিক্ত চৰ্বি; চাওক ওজন কমোৱাৰ বিশেষ টিপছ

ৰেড্ডীয়ে কয়, ‘আমি এই গোচৰৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড বিশাল ফুকনৰ ১৮টা বেংক একাউণ্ট জব্দ কৰিছো। প্ৰমাণৰ ভিত্তিত আমি সকলো পৰীক্ষা কৰি আছো।’

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চুমি বৰাই ফুকনৰ পৰা তেওঁৰ বেংক একাউণ্টত ২০ কোটি টকা লাভ কৰিছিল। বিতৰ্কিত অসমীয়া অভিনেত্ৰী তথা ক’ৰিঅ’গ্ৰাফাৰগৰাকীয়ে অনলাইন ট্ৰেডিঙৰ জৰিয়তে লাভজনক ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতিৰে ফুকনৰ কোম্পানীলৈ বিনিয়োগকাৰীক প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ “চিঞৰি কথা নক’ব, মনে মনে থাকক..” বিজেপি নেতা কৌস্তুভ বাগচিক ধমক মুখ্য ন্যায়াধীশৰ

এতিয়া আনুষ্ঠানিকভাৱে “মষ্ট ৱাণ্টেড” পলাতক হিচাপে ঘোষণা কৰা এই চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। 

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd