• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ যাত্ৰীৰ সুবিধাৰ্থে সাপ্তাহিক বিশেষ ৰে’ল সেৱাৰ প্ৰৱৰ্তন; দুখন ৰেল চাৰিটাকৈ ভ্ৰমণৰ বাবে চলোৱাৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2024 12:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মকালীন ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এনএফআৰ) যাত্ৰীৰ চাহিদা বৃদ্ধিৰ সমাধানৰ বাবে আৰু দুখন সাপ্তাহিক বিশেষ ৰে’ল প্ৰৱৰ্তন কৰি এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে।

গুৱাহাটী আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত এখন ৰে’ল আৰু নিউ তিনিচুকীয়াৰ পৰা ভগত কি কোঠীলৈ আন এখন ৰে’ল চলাচল কৰিব।

দুয়োখন বিশেষ ৰে’লে সাপ্তাহিক ভিত্তিত দুয়োটা দিশতে চাৰিটাকৈ ভ্ৰমণৰ বাবে চলিব।

এই এক্সপ্ৰেছ ৰে’লসমূহে উত্তৰ-পূব, উত্তৰ বংগ, বিহাৰ, আৰু ভাৰতৰ উত্তৰ অংশৰ মাজত ৰে’ল সংযোগ উন্নত কৰি বাণিজ্য আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপক লাভান্বিত কৰিব।

এই ৰে’লসমূহৰ নিয়মীয়া সেৱা তলত উল্লেখ কৰা অনুসৰি চলিব।

সেই অনুসৰি, ২০২৪ চনৰ ২৪ জুলাইৰ পৰা ১৪ আগষ্টলৈ প্ৰতি বুধবাৰে গুৱাহাটীৰ পৰা ১৫:০০ বজাত ০৫৬৭১ নং ৰে’ল (গুৱাহাটী–আনন্দ বিহাৰ টাৰ্মিনেল) বিশেষভাৱে যাত্ৰা কৰি শুকুৰবাৰে ৮:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত উপস্থিত হ’ব।

উভতি অহাৰ দিশত ০৫৬৭২ নং (আনন্দ বিহাৰ টাৰ্মিনেল-গুৱাহাটী) বিশেষ ৰে’লখন ২৬ জুলাইৰ পৰা ১৬ আগষ্ট, ২০২৪লৈ প্ৰতি শুকুৰবাৰে আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ২৩:৪৫ বজাত যাত্ৰা কৰি দেওবাৰে ১৪:১৫ বজাত গুৱাহাটীত উপস্থিত হ’ব।

কামাখ্যা, ৰঙিয়া, নতুন বঙাইগাঁও, কোকৰাঝাৰ, নতুন আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নতুন জলপাইগুৰি, কিষাণগঞ্জ, মালদা টাউন, ভাগলপুৰ, জামালপুৰ, গয়া, পণ্ডিত দীন দয়াল উপাধ্যায় আৰু প্ৰয়াগৰাজ দুয়ো দিশত চলিব।

ৰে’লখনত যাত্ৰীসকলৰ বাবে এটা এচি ৩ টায়াৰ, ৮টা শ্লীপাৰ ক্লাছ আৰু দহটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

ৰেল নং ০৫৯১৯ (নতুন তিনিচুকীয়া-ভগত কি কোঠী) স্পেচিয়েল নিউ তিনিচুকীয়াৰ পৰা প্ৰতি সোমবাৰে ২২ জুলাইৰ পৰা ১২ আগষ্ট, ২০২৪লৈ, ১২:৪৫ বজাত যাত্ৰা কৰিব আৰু বৃহস্পতিবাৰে ৭:১৫ বজাত ভগত কি কোঠীত উপস্থিত হ’ব।

উভতি অহাৰ দিশত ৰেল নং ০৫৯২০ (ভগত কি কোঠী-নতুন তিনিচুকীয়া) বিশেষ প্রতি শুকুৰবাৰে ২৬ জুলাইৰ পৰা ১৬ আগষ্ট, ২০২৪লৈ, ০৫:৩০ বজাত ভগত কি কোঠীৰ পৰা ৰাওনা হ’ব আৰু সোমবাৰে ০৪ বজাত নতুন তিনিচুকীয়া ষ্টেচনত উপস্থিত হ’ব৷

শিমলুগুৰি, ডিফু, লামডিং, কামাখ্যা, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, কিষনগঞ্জ, কাটিহাৰ, হাজীপুৰ, গোৰখপুৰ, গাজিয়াবাদ, ৰোহটক, চুৰাটগড়, লালগড় জুনিয়ৰ, মেৰটা ৰোড আৰু যোধপুৰ জুনিয়ৰ হৈ এই বিশেষ ৰেলখন চলিব।

ৰে’লখনত যাত্ৰীসকলৰ বাবে দুটা এচি ৩ টায়াৰ, এঘাৰটা শ্লীপাৰ ক্লাছ আৰু ৮টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

এই পথসমূহত যাত্ৰা কৰা অন্যান্য ৰে’লৰ ৱেট লিষ্টেড যাত্ৰীসকলে এই বিশেষ ৰে’লসমূহত এই গ্ৰীষ্মকালত আৰামত যাত্ৰা কৰাৰ সুযোগ ল’ব পাৰে।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু টাইমিঙৰ সবিশেষ আই আৰ চি টি চিৰ ৱেবছাইটত উপলব্ধ হোৱাৰ লগতে এন এফ ৰে’লৱেৰ বিভিন্ন বাতৰি কাকত আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো অৱগত কৰা হৈছে।

যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে সবিশেষ পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd