• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা ৰাজস্থানত উদ্ধাৰ অসমৰ দুই নাবালিকা

 এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2025 6:17 pm
217
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ জালত এটা মানৱ সৰবৰাহকাৰী চক্ৰ৷ এই চক্ৰটোৰ কৱলৰ পৰা ৰাজস্থানত বিক্ৰী কৰা দুগৰাকী নাবালিকাক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জনোৱা মতে, এই মানৱ সৰবৰাহকাৰী চক্ৰ সৈতে জড়িত মূল অভিযুক্ত ৰূপালী দত্ত আৰু গংগা গঞ্জু নামৰ দুগৰাকী মহিলাই দুগৰাকী নাবালিকাক চাকৰি প্ৰলোভন দি বিক্ৰী কৰিছিল। আৰু নাবালিকা দুগৰাকীক অচিনাকি ব্যক্তিৰ সৈতে বলপূৰ্বকভাৱে বিবাহপাশত আৱদ্ধ কৰোৱা হৈছিল।

কাছাৰ জিলাৰ এজন ব্যক্তিয়ে তেওঁৰ জীয়ৰী আৰু ওচৰচুবুৰীয়াৰ জীয়ৰীক চাকৰিৰ মিছা প্ৰতিশ্ৰুতি দি দুগৰাকী মহিলা ৰূপালী দত্ত আৰু গংগা গঞ্জুৱে অজ্ঞাত ঠাইলৈ লৈ যোৱাৰ গোচৰ দিয়াৰ পিছতে তদন্ত আৰম্ভ কৰিছিল বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

অৱশ্যে নিৰুদ্দেশ হোৱা এগৰাকী নাবালিকাই ঘৰলৈ পলাই আহিবলৈ সক্ষম হয়৷ নাবালিকাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ৫ জানুৱাৰীত তেওঁলোকে লাভজনক চাকৰিৰ প্ৰস্তাৱ দি ঘৰৰ পৰা হায়দৰাবাদলৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছত ৰাজস্থানলৈ লৈ যোৱা হয় আৰু বলপূৰ্বকভাৱে জ্যেষ্ঠ লোকৰ লগত বিয়া কৰোৱা বুলি উল্লেখ কৰিছে। 

আৰক্ষীয়ে ৰাজস্থান আৰক্ষীৰ সহায় লৈ আনজনী ছোৱালীৰ ফোন নম্বৰৰ সন্ধান উলিয়ায়।  জয়পুৰৰ সমীপৰ এখন গাঁৱৰ পৰা উদ্ধাৰ কৰে।এই চক্ৰটোৰ সৈতে জড়িত থকা দুয়োগৰাকী মহিলাক গ্ৰেপ্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

সম্প্ৰতি অসমত দৰিদ্ৰ পৰিয়ালৰ ছোৱালীক চাকৰিৰ মিছা আশ্বাস প্ৰদান কৰি বিক্ৰী কৰাৰ ঘটনা বাঢ়ি অহাটো উদ্বেগৰ বিষয় হৈ পৰিছে।

Recent News

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd