• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৭.৬৭ শতাংশ ভোটদান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2019 8:27 am
18-04-19 Karbi Anglong- peoples casting vote (9)

প্ৰতিনিধিত্বমূলক চিত্ৰ

1k
VIEWS
Share on FacebookShare on Twitter

অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হৈছে  ৭৭.৬৭ শতাংশ। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মঙলদৈত সৰ্বাধিক ৮১.৭৯ শতাংশ ভোটদান সম্পন্ন হৈছে। ইয়াৰ পাছতে সামান্য কম নগাঁৱত হৈছে ৮১.০৮ শতাংশ ভোটদান।

আনহাতে, দ্বিতীয় পৰ্যায়ত বাকী তিনিটা সমষ্টি ক্ৰমে কৰিমগঞ্জত ৭৪.১৮ শতাংশ, শিলচৰত ৭৩.৮৯ শতাংশ আৰু স্বায়ত্ত শাসিত সমষ্টিত ৭২.২১ শতাংশ ভোটদান হয়।

ইপিনে, দ্বিতীয় পৰ্যায়ত বিধানসভা সমষ্টি হিচাপে ভোটদানৰ সৰ্বাধিক অভিলেখ গঢ়িছে দলগাঁৱে। এই সমষ্টিত ৯০.৮৫ শতাংশ ভোটদান হৈছে। ইয়াৰ পাছতে লাহৰীঘাটত ৮৮ শতাংশ, হোজাইত ৮৫.৭৪শতাংশ, যমুনামুখত ৮৪.৫৬ শতাংশ আৰু লামডিঙত ৮৪.০৫শতাংশ হাৰত ভোটদান হয়।

সামগ্ৰিকভাৱে ইভিএমৰ দুই এটা বিজুতি আৰু পাহাৰীয়া জিলাত হোৱা পথ দুৰ্ঘটনাৰ ফলত ইভিএম ক্ষতিগ্ৰস্ত হোৱাৰ বাহিৰে ৰাজ্যখনত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যায়।

বোকাজানত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত ইভিএম ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ইয়াত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বনে নাই বা কেতিয়াকৈ হ’ব সেই বিষয়ে নিৰ্বাচন আয়োগে এতিয়ালৈ কোনো সিদ্ধান্ত ঘোষণা কৰা নাই।

Tags: নিৰ্বাচন ২০১৯

Recent News

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd